--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অভাৰত ৩১ ৰাণ খৰচ কৰিলে অৰ্জুন টেণ্ডুলকাৰে। শনিবাৰে মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে চলি থকা মেচখনত ইমানসংখ্যক ৰাণ খৰচ কৰে অৰ্জুনে। ফলস্বৰূপে চলিত আই পি এলত গুজৰাট টাইটানছৰ যশ দয়ালৰ স’তে যৌথ সৰ্বাধিক ব্যয়বহুল অভাৰৰ অভিলেখ গঢ়ে।

পঞ্জাৱ কিংছৰ ১৬ নং অভাৰত অৰ্জুনে নিজৰ তিনি নম্বৰ অভাৰৰ বলিং কৰে। সেই অভাৰটোতে দূৰ্দান্ত বেটিং কৰি থকা বেটাৰ ছেম কাৰাণ আৰু হৰপ্ৰীত ভাটিয়াই ৩১ ৰান সংগ্ৰহ কৰে।

মেচখনত তিনি অভাৰ বলিং কৰি ৪৮ ৰাণ খৰচ কৰে অৰ্জুনে। বিনিময়ত লাভ কৰে এটা উইকেট।

ইয়াৰ পূৰ্বে বাওঁহতীয়া ফাষ্ট বলাৰ যশ দয়ালে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এক অভাৰত ৩১ ৰাণ কৰিছিল। উক্ত অভাৰটোৰ দ্বাৰাই ৰিংকু সিঙে ৫টা ছয় কোবাইছিল।

চাওঁ আহক আইপিএলৰ ইতিহাসত সকলোতকৈ ব্যয়বহুল অভাৰসমূহঃ

বলাৰ : হৰ্শাল পেটেল (আৰ চি বি) বনাম চি এছ কে, ২০২১- ৩৭ ৰাণ
বলাৰ: প্ৰশান্ত পৰমেসৰৱাৰন (কেটিকে) বনাম আৰচিবি, ২০১১- ৩৭ ৰাণ
বলাৰ: ডেনিয়েল চেমছ (এম আই) বনাম কে কে আৰ, ২০২২- ৩৫ ৰাণ
বলাৰ ৰবি বোপাৰা (পিবিকেএছ) বনাম চিএছকে, ২০১০- ৩৩ ৰাণ
বলাৰ পাৰবিন্দৰ আৱানা (পিবিকেএছ) বনাম চিএছকে, ২০১৪- ৩৩ ৰাণ
বলাৰ : যশ দয়াল (জিটি) বনাম কেকেআৰ, ২০২৩- ৩১ ৰাণ
বলাৰ : অৰ্জুন টেণ্ডুলকাৰ (এম আই) বনাম পি বি কে এছ, ২০২৩- ৩১ ৰাণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে