--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃনতুন বছৰটো আৰম্ভ হোৱাৰ  লগে লগে দেশৰ বিভিন্ন ৰাজ্যত শীতপ্ৰবাহে কালান্ত ৰূপ ধাৰণ কৰিছে। । উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশ নিৰন্তৰ শীত প্ৰবাহৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। শীত প্ৰবাহে ৰাজধানী চহৰ নতুন দিল্লীতোকালান্ত ৰূপ লৈছে। দিল্লীৰ শীতে এইবাৰ ১০ বছৰ পুৰণি অভিলেখ ভংগ কৰিছে। 

 ৰাজধানী চহৰ খনত  অহা পাঁচ দিনলৈশীত প্ৰবাহ অব্যাত থকাইব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য ২০১৩ চনতো দিল্লীৰ ৰপৰা ঠাণ্ডা দেখিছিল। একে সময়তে, কুঁৱলীৰ কম্বলত আৱৰি থকা দিল্লীত লোকসকলে একেৰাহে পাঁচ দিন শীত প্ৰবাহৰ কবলত পৰিছিল।দেওবাৰে সন্ধিয়াৰে পৰা ঘন কুঁৱলীৰ বাবে দিল্লীত দৃশ্যমানতা ২০ ঘণ্টাতকৈও অধিক সময়ৰ বাবে প্ৰায় শূন্য আছিল। 

ঘন কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰৰ পৰা ২০০ খনতকৈও অধিক বিমানৰ চলাচল  বিলম্বিত হৈছিল আৰু দিল্লী অভিমুখী পাঁচখন বিমান জয়পুৰলৈ স্থানান্তৰিত কৰা হৈছিল। কুঁৱলীৰ বাবে ৭০ খনতকৈও অধিক ৰে'ল বিলম্বিত হৈছে। । বতৰ বিজ্ঞানীসকলে কৈছিল যে মঙলবাৰে নিশাৰ পৰা কুঁৱলী সামান্য হ্ৰাস পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক