--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুনৰ প্ৰকাশ পালে বিশ্বৰ জনপ্ৰিয়তা নেতাসকলৰ তালিকা। পুনৰ ৭৫ শতাংশৰে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতাৰ শীৰ্ষত স্থান দখল প্ৰধানমন্ত্ৰী মোদীৰ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতাসকলৰ শীৰ্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে। মোদীৰ পিছতে দ্বিতীয় জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হয় মেক্সিকান ৰাষ্ট্ৰপতি মেনুৱেল লোপেজ অব্ৰাডৰ। তেওঁৰ জনপ্ৰিয়তাৰ পৰিমাণ ৬৩ শতাংশ। 

গ্লোৱেল লীডাৰ এপ্ৰোভেল ট্ৰেকাৰে প্ৰকাশ কৰিছে এই তালিকা। বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ১১ নম্বৰ স্থানত থাকে।জো বাইডেনৰ জনপ্ৰিয়তাৰ পৰিমাণ ৪১ শতাংশ। জনপ্ৰিয় নেতাৰ শীৰ্ষ ২০ৰ সবাতোকৈ তলত থাকে ইংলেণ্ডৰ নেতা বৰিছ জনছন।

চাওক তালিকা-

নৰেন্দ্ৰ মোদী(ভাৰত)-৭৫%

আন্দ্ৰেস মেনুৱেল লোপেজ অব্ৰাডৰ(মেক্সিকো)-৬৩%

এন্থনী আলবেনিজ(অষ্ট্ৰেলিয়া)-৫৮%

মাৰিও ড্রাঘি(ইটালী)-৫৪%

ইগনাজিও ক্যাসিস(ছুইজাৰলেণ্ড)-৫২%

ম্যাগডালেনা এণ্ডাৰছন(ছুইডেন)-৫০%

আলেকজেণ্ডাৰ ডি ক্রু(বেলজিয়াম)-৪৩%

জাইৰ বলছোনাৰো(ব্রাজিল)-৪২%

জো বিডেন (মার্কিন যুক্তৰাষ্ট্র)-৪১%

ফুমিও কিশিদা(জাপান)-৩৮%

মাইকেল মার্টিন (আয়াৰলেণ্ড)-৩৯%

জাষ্টিন ট্রুডো(কানাডা)-৩৯%

ইমানুয়েল ম্যাক্রন (ফ্রান্স)-৩৪%

পেদ্রো সানচেজ (স্পেন)-৩৪%

জোনাস গহৰ ষ্টোৰ (নৰৱে)-৩০%

ওলাফ স্কুলজ (জার্মানী)-৩০%

কার্ল নেহামাৰ (অষ্ট্ৰিয়া)-২৮%

বৰিচ জনচন (ইংলেণ্ড)-২৫%

আদি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু