--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়ালৈকে আই পি এলৰ নিলামত মাত্ৰ তিনিবাৰহে ব্যৱহাৰ কৰা হৈছে ‘ছাইলেণ্ট টাইব্ৰেকাৰ’ নিয়ম। এই নিয়মৰ সহায়ত ২০১০ চনত কিয়ৰন পোলাৰ্ড আৰু শ্বেন বণ্ড আৰু ২০১২ চনত ৰবীন্দ্ৰ জাডেজাক ক্ৰয় কৰা হৈছিল। সেই নিয়ম এই বাৰো দেখা পোৱা যাব নেকি?

যেতিয়া একাধিক দলে এজন ক্ৰিকেটাৰৰ বাবে নিজৰ সকলো ধন খৰচ কৰিবলৈ সাজু হয় তেতিয়া ‘ছাইলেণ্ট টাইব্ৰেকাৰ’ নিয়ম ব্যৱহাৰ কৰা হয়। যদি সেই সময়ত দুয়োটা দলে একে ধন দিবলৈ সাজু হয়, তেন্তে ক্ৰিকেটাৰজনক ‘ছাইলেণ্ট টাইব্ৰেকাৰ’ৰ জৰিয়তে বিক্ৰী কৰা হয়।

নিজৰ সকলো পইচা খৰছ কৰাৰ পাছত দুয়োটা দলে সিদ্ধান্ত লয় যে ক্ৰিকেটাৰ এজনক নিবলৈ আৰু কিমান টকা দিব। যি দলে বেছি ধন দিয়ে সেই দলে ক্ৰিকেটাৰজনক পায়। অৱশ্যে এই অতিৰিক্ত ধন ক্ৰিকেটাৰে নাপায়, ব’ৰ্ডে পায়। অৱশ্যে সেই ধনৰ পৰিমাণ প্ৰকাশ কৰা হোৱা নাই।

এই নিয়ম তেতিয়াহে কাৰ্যকৰী হ’ব যেতিয়া এটাতকৈ অধিক দলে নিজৰ সমগ্ৰ ধন খৰচ কৰিব। তেতিয়াহে প্ৰৱৰ্তন হ’ব নিৰৱ টাইব্ৰেকাৰ নিয়ম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক