--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেৱলীনা ভট্টাচাৰ্যৰ বিয়াকলৈ এতিয়াও বিভিন্ন মহলত ব্যাপক চৰ্চা চলিয়েই আছে। অভিনেত্ৰীগৰাকীয়ে কিয় গোপনে বিয়াত বহিল সেয়াও বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে। বহুতে ধাৰণা কৰিছে যে দৰা মুছলমান হোৱা বাবেই দেৱলীনাই হয়তো সামাজিকভাবে বিয়াত বহা নাই। 

এনে অনুমাণৰ মাজতে গোপনে বিয়াত বহাৰ কাৰণ বাখ্যা কৰিছে দেৱলীনাই। উল্লেখ্য  ১৪ ডিচেম্বৰত দেৱলীনাই  গোপনে  জিম প্ৰশিক্ষক শ্বাহনাৱাজ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

দেৱলীনা ভট্টাচাৰ্যই কয় যে সামাজিকভাবে বিয়া পাতি তেওঁ এসোপা ধন মিছাতে খৰচ  কৰাৰ পক্ষপাতী নহয়। সেই ধন কষ্টেৰে অৰ্জা ধন। বহুদিন ধৰি কষ্ট কৰি পোৱা ধন এদিনৰ এটা অনুষ্ঠানতে খৰচট কৰি পেলোৱাটো উচিৎ নহয় বুলিও দেৱলীনাই কৈছে। 

তেওঁ লগতে কয় যে বিয়াত খৰচ কৰিবলগীয়া ধনেৰে তেওঁ আন কোনো দুৰ্গত লোকক সহায় কৰিব পাৰিব। সেইবাবেই তেওঁ জাকজমকতাৰে নিজৰ বিয়া নাপাতি গোপনে বিয়াত বহিছে। দেৱলীনাৰ বিয়াৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে মুছলমান যুৱকৰ সৈতে বিয়াত বহাৰ বাবে বহুতে তেওঁক তীৰ্যক সমালোচনাও কৰিছে। বহুতে আনকি দেৱলীনাৰ বিয়াৰ সৈতে দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ বিষয়টোও টানি আনিছে। 

এই প্ৰসংগত দেৱলীনাই কয় যে সকলো মানুহ একে নহয় আৰু তেওঁ বিয়া কাৰ সৈতে হ’ব সেয়া তেওঁৰ ব্যক্তিগত বিষয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ