--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ মালেশ্বৰমৰ এখন শাড়ীৰ দোকানত শাড়ী কিনিবলৈ মহিলাসকলে ভীৰ কৰিছিল। গ্ৰাহকৰ ভীৰত ভৰি থ’বলৈ ঠাই নোহোৱা হৈছিল দোকানখনত । তেনেসময়তে দোকানখন যুদ্ধক্ষেত্ৰলৈ পৰিণত হ’ল। এখন শাৰীক লৈ দুগৰাকী মহিলাৰ কাজিয়া উত্তপ্ত হৈ পৰিল। ইতিমধ্যে এটা ভিডিঅ’ ভাইৰেল হৈছে। যদিও প্ৰাগ ডিজিটেলে সেই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

টুইটাৰত ভাইৰেল হোৱা এই ভিডিঅ’টো পোষ্ট কৰিছে ‘আৰবৈদ্য২০০০’ নামৰ একাউণ্টে। টুইটটোৰ মতে, ‘মহীশূৰ ৰেচম’ শাৰী ক্ৰয়ক লৈ দুগৰাকী মহিলাৰ মাজত তৰ্ক আৰম্ভ হৈছিল। দোকানখনত সেই ৰঙৰ ‘মহীশূৰ ৰেচম’ শাড়ী এখনহে আছিল। দুয়োগৰাকী মহিলাৰ চকু সেই শাৰীখনৰ ওপৰত পৰে। 

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে শাৰীখনক লৈ দুয়োগৰাকীয়ে পৰস্পৰক আক্ৰমণ কৰে। কাপোৰ টনা-টানি, চুলিয়া-চুলি লাগিব ধৰিলে। ইয়াৰ পিছত দোকানখনত উপস্থিত থকা একাংশ লোকৰ হস্তক্ষেপত কাজিয়াখন বন্ধ হ’ল।

ভিডিঅ’টো টুইটাৰত ভাইৰেল হোৱাৰ পিছত বহু ব্যৱহাৰকাৰীয়ে বিভিন্ন মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে