--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ শীতৰ দৰে সংগোপনে পুনৰ আহিছে ক’ভিড৷ বিগত চৌবিশ ঘণ্টাত দেশত ১৪৮গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য৷ নতুনকৈ আক্ৰান্ত ১৪৮ৰ সৈতে সক্ৰিয় ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৮০৮লৈ৷

দেশত শনিবাৰপৰ্যন্ত মুঠ কোভিড-১৯ ৰোগত আক্ৰান্তৰ সংখ্যা হৈছে ৪.৫০ কোটি (৪,৫০,০২,৮৮৯) আৰু মৃতকৰ সংখ্যা ৫,৩৩,৩০৬গৰাকী৷ আনহাতে, এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৪৪,৬৮,৭৭৫লৈ বৃদ্ধি হৈছে৷ আৰু আৰোগ্যৰ হাৰ হৈছে ৯৮.৮১ শতাংশ৷ ক’ভিডত মৃত্যুৰ হাৰ ১.১৯ শতাংশ।

মন্ত্ৰণালয়ৰ ৱেবছাইটৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ২২০.৬৭ কোটি লোকক কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। এতিয়া নিৰ্বাচন ওচৰ চপাৰ লগে লগে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিয়ে চিন্তিত কৰিছে চৰকাৰকো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন