--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এলোভেৰাৰ জুচে শৰীৰৰ বহু ৰোগ নিৰাময় কৰাত সহায় কৰে। এলোভেৰাৰ জুচ সোৱাদযুক্ত নহ’লেও ইয়াৰ আছে বহুতো স্বাস্থ্যজনিত উপকাৰ। এগিলাচ এলোভেৰাৰ ৰসে শৰীৰৰ বিভিন্ন সমস্যাৰ লগতে মুখৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে।

* পৰিৱৰ্তিত বতৰৰ ফলত ছাল শুকান হৈ পৰে, যদি আপুনি দৈনিক এলোভেৰা জুচ ব্যৱহাৰ কৰে তেন্তে ছাল সুন্দৰ হৈ পৰে।

* শৰীৰত তেজৰ অভাৱ হ’লেও দৈনিক এলোভেৰা সেৱনে এই সমস্যা দূৰ কৰে। শৰীৰত ৰক্তকণিকা উৎপাদনত ই অতি সহায়ক বুলি প্ৰমাণিত হয়।

* ইমিউনিটি লেভেল বৃদ্ধিৰ বাবে ই অতি উপকাৰী। দুৰ্বল শৰীৰৰ লোকে দৈনিক সেৱন কৰা উচিত। ই আপোনাৰ শৰীৰক শক্তিশালী কৰাত অতি সহায়ক বুলিব পাৰি।

* কোষ্ঠকাঠিন্য আৰু বদহজম ৰোগত আক্ৰান্ত লোকেও ইয়াক সেৱন কৰিব লাগে। শৰীৰক ফিট কৰি ৰখাৰ বাবে ই এক যাদুকৰী আয়ুৰ্বেদিক ঔষধ।

* এলোভেৰাই শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। এলোভেৰাত এন্টি-ডিটক্সিফাইং এজেণ্ট থাকে যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক