--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কথাতে আছে জন্ম-মৃত্যু-বিবাহৰ কথা কোনেও ক’ব নোৱাৰে৷  মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই চৰকাৰী এম্বুলেন্সৰ ভিতৰতে একে সময়তে তিনিটাকৈ সন্তানৰ জন্ম দিয়াৰ কথাই এতিয়া চৰ্চা লাভ কৰিছে৷ 

ৰাজ্য খনৰ  ৰাইচেন জিলাৰ চিকিৎসালয়লৈ নিয়াৰ পথতে  ২৪ বছৰীয়া মহিলাগৰাকীয়ে  এম্বুলেন্সৰ ভিতৰতে  তিনিটাকৈ সন্তানৰ জন্ম দিছে । তিনিওটি সন্তান ল'ৰা সন্তান । প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিছতে পিপলিয়া গোলী গাঁৱৰ জ্যোতি নামৰ মহিলাগৰাকীক  প্ৰথমে   গোহাৰগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। পিছত  তেওঁক  ১০৮ এম্বুলেন্সেৰে ভূপালৰ চৰকাৰী চুলতানিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসালয় পোৱাৰ আগতেই এম্বুলেন্সতে মহিলাগৰাকীয়ে তিনিটাকৈ সন্তানৰ জন্ম দিয়ে। 

এই প্ৰসংগত ড০ সন্দীপ মাৰাণে কয় যে ভূপালৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত মাণ্ডিদীপৰ ওচৰত তেওঁ এম্বুলেন্সতে সন্তান তিনিটা প্ৰসৱ কৰে। বৰ্তমান  মাতৃ আৰু তেওঁৰ তিনিওটা নৱজাতক  চুলতানিয়া চিকিৎসালয়ত সুস্থ শৰীৰে আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক