--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সকিয়নী প্ৰেৰণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহক৷ কৰ্ণাটকৰ নিৰ্বাচনত শ্বাহে কৰা এটা মন্তব্যক সমালোচনা কৰিছে ন্যায়ালয়ে৷

উল্লেখ্য যে কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত ৰাজ্যখনত মুছলমানসকলৰ বাবে থকা সংবিধানস্বীকৃত সংৰক্ষণ ব্যৱস্থা উঠাই লোৱা হ’ব বুলি অমিত শ্বাহে মন্তব্য কৰিছিল৷ ইয়াৰ বিৰোধিতা কৰি এনে বক্তব্য নিদিবলৈ সকীয়াই দিলে উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ে কয় যে কৰ্ণাটকত ৪% মুছলমানৰ সংৰক্ষণ আঁতৰোৱাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক মন্তব্য কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে এই মুহূৰ্তত সমগ্ৰ বিষয়টোৰ বিচাৰ চলি আছে। এই প্ৰেক্ষাপটত কোনো ৰাজনৈতিক মন্তব্য কৰাটো উপযুক্ত নহয়।

ন্যায়াধীশ কে এম জোচেফ বি ভি নাগাৰত্ন আৰু আছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কয় যে সমগ্ৰ বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে। তদুপৰি কৰ্ণাটকত মুছলমানৰ সংৰক্ষণৰ সন্দৰ্ভত আদালতৰ নিৰ্দেশ আছে। তেনে ক্ষেত্ৰত কোনো ৰাজনৈতিক মন্তব্য কৰাটো সঠিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে