--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে পাকিস্তানে আক্ৰমণ কৰিব পাৰে ভাৰত৷ শেহতীয়াকৈ পূৰ্ব প্ৰধানমন্ত্ৰী ইমৰাণ খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই অশান্তিত জৰ্জৰিত হৈ পৰিছে পাকিস্তান।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি পাকিস্তানৰ অস্থিৰ পৰিস্থিতিৰ মাজতে ভাৰতে সীমান্তত কঠোৰ চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছে।

এই পৰিস্থিতিত ভাৰতে আশংকা কৰিছে যে পাকিস্তান সেনাই দেশৰ অস্থিৰ পৰিস্থিতিৰ পৰা দৃষ্টি আঁতৰাবলৈ যুদ্ধবিৰতি উলংঘা কৰিব পাৰে। ৰাইজৰ ক্ষোভৰ পৰা হাত সাৰিবলৈ ভাৰতৰ ওপৰত দোষ জাপি দি পাক বাহিনীয়ে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত সীমান্তত যিকোনো ধৰণৰ উত্তেজনা ৰোধ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে ভাৰতে কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে।

আনহাতে পাকিস্তানেও যোৱা নিশালৈকে আগৰ দৰেই সেনা জোৱানক সীমান্তত ৰাখিছে।

ইফালে পাকিস্তানৰ বহু ঠাইত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ সলনি ৰেঞ্জাৰক নমাই অনা হৈছে। দেশজুৰি হোৱা সংঘৰ্ষত তিনি যুৱকে প্ৰাণ হেৰুৱাইছে আৰু বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈছে।

পাকিস্তানৰ কেইবাখনো চহৰত সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়াৰ বাসগৃহত আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদী জনতাই ৰাৱালপিণ্ডিত পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ গেট ভাঙি ভিতৰলৈ সোমাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে