--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দীপ ৰেড্ডী বাংগাৰ ছবি ‘এনিমেল’ ১ ডিচেম্বৰত মুক্তি লাভ কৰিছিল। ৰণবীৰ কাপুৰ অভিনীত ছবিখনে থিয়েটাৰত মুক্তি পোৱাৰ পিছৰে পৰা বক্স অফিচত তীব্ৰ ব্যৱসায় চলাই আহিছে। কিন্তু অভিনেতাজনৰ হাতত কেতিয়াবা দেখা যায় বন্দুক, কেতিয়াবা দানৱীয় আগ্নেয়াস্ত্ৰ। ইয়াৰ বাহিৰেও ছবিখনত নাৰীক গ্ৰাহক সামগ্ৰীৰ সমতুল্য হিচাপে দেখুওৱা হৈছে।

বক্স অফিচৰ ব্যৱসায়ৰ লগতে ছবিখনক লৈ বিতৰ্কও হৈছে। ‘অৰ্জুন ৰেড্ডী’, ‘কবীৰ সিং’ৰ পিছত পৰিচালক হিচাপে বংগাৰ তৃতীয়খন ছবি ‘এনিমেল’। ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত সন্দীপে যিদৰে হেট্ৰিক অৰ্জন কৰিছে, সেইদৰে বিতৰ্কৰ ক্ষেত্ৰতো ‘এনিমেল’ই একেটা মাইলৰ খুঁটিত উপনীত হৈছে।

অৱশ্যে সমালোচকৰ মতামতত গুৰুত্ব দিবলৈ ইচ্ছুক নহয় পৰিচালক। তেওঁ কয় যে নীতিগতভাৱে চিনেমা নিৰ্মাণ কৰিব নোৱাৰি। নীতিৰ দ্বাৰা পৰিচালিত হৈ চিনেমা নহয়, কাৰ্টুন বনাব পাৰি।

তেওঁৰ স্পষ্ট কথা, "মই আকৌ এই ধৰণৰ ছবি নিৰ্মাণ কৰিম। আন কাৰো মতৰ প্ৰয়োজন নাই।'' ইয়াতে ৰৈ নাথাকি সন্দীপে সমালোচকক আক্ৰমণ কৰি ক'লে, "যিসকলে এই ছবিখনক সমালোচনা কৰি আছে তেওঁলোক নিৰক্ষৰ, মূৰ্খ। নিম্ন বুদ্ধিমত্তাৰ মানুহ। একো বুজিব পৰা ক্ষমতা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক