--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেকতে উজ্বলি উঠিল ভাৰতীয় ক্ৰিকেটৰ নতুন তাৰকা যশস্বী জয়ছোৱাল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত দূৰ্দান্ত অৰ্ধশতক অৰ্জন কৰিছে জয়ছোৱালে।

প্ৰথম টেষ্টৰ দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে কোনো উইকেট নেহেৰুৱাকৈ ১৪৬ ৰান সংগ্ৰহ কৰে ভাৰতে। ৰোহিত আৰু জয়ছোৱালে অৰ্ধশতক অৰ্জন কৰিছে। অৰ্ধশতকৰ দ্বাৰা টেষ্ট কেৰিয়াৰত ৰোহিতে ৩৫০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত ভাৰতীয় বলিং লাইন আপৰ সমুখত তচনচ হৈ পৰে ৱেষ্ট ইণ্ডিজ। মাত্ৰ ১৫০ ৰাণতে সকলো উইকেট হেৰুৱায় দলটোৱে। ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বোচ্চ ৪৭ ৰাণৰ বৰঙণি  আগবঢ়ায় এলিক আথানেজে।

ভাৰতৰ হৈ ৰবীচন্দ্ৰন অশ্বিনে ৫টা উইকেট দখল কৰে। ৰবীন্দ্ৰ জাডেজাই সংগ্ৰহ কৰে ৩ টা উইকেট। দুয়োগৰাকী স্পিনাৰৰ যুটিতে ৱেষ্ট ইণ্ডিজ অনভিজ্ঞ বেটিং লাইন আপ তচ নচ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ