--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জীৱনত সুখ-সমৃদ্ধি আৰু শান্তিভাৱে জীৱন-যাপন কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰম কৰে। জীৱনত সফলতা লাভ কৰাৰ স্বাৰ্থত বহু সময়ত এজন ব্যক্তিয়ে কষ্ট কৰিও সফলতা নাপায়। এনে অৱস্থাত জ্যোতিষত কিছুমান প্ৰতিকাৰৰ কথা কোৱা হৈছে। এইবোৰ ব্যৱস্থা কৰি এজন ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব পাৰে। ৰঙা জলকীয়াৰে সৰু উপায় কৰিও আপুনিও জীৱনত লাভ কৰক বিচৰা ধৰণে সফলতা।

 ১. কেৰিয়াৰত সফলতা লাভ কৰিবলৈ-

ভাল চাকৰি এটা পোৱাটো প্ৰতিজন মানুহৰ সপোন। ভাল চাকৰি এটাইহে মানুহৰ সকলো সপোন পূৰণ কৰিব পাৰে। গতিকে যদি আপুনি কৰবাত চাকৰিৰ ইন্টাৰভিউ দিবলৈ গৈ আছে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ আগতে পাঁচটা শুকান ৰঙা জলকীয়া লওক আৰু ঘৰৰ দুৱাৰমুখত থৈ দিব। ইয়াৰ পাছত যিকোনো শুভ কামৰ বাবে যাওঁতে এই জলকীয়াবোৰৰ ওপৰেৰে ভৰি থৈ যাব পাৰে। এই প্ৰতিকাৰৰ সহায়ত আপোনাৰ সাক্ষাৎকাৰ ভাল হব। লগতে সফলতাও লাভ কৰিব।

 ২. ৰৈ থকা কাম সম্পূৰ্ণ হব-

দীৰ্ঘদিন ধৰি ৰৈ থকা কামটো সম্পূৰ্ণ কৰি তাত সফলতা লাভ কৰিবলৈ জ্যোতিষত কোৱা হয় যে ৰঙা জলকীয়াৰ এই উপায়টো অতি ফলপ্ৰসূ। ৰঙা জলকীয়াৰ ২১টা গুটি লৈ এটা পাত্ৰ বা জগত পানী ভৰাই তাত দি থ’ব। এতিয়া এই পানী আপোনাৰ ওপৰত ৭বাৰ লৈ এই পানী বাহিৰৰ ৰাস্তাত পেলাই দিয়ক। এইদৰে কৰিলে আবদ্ধ হৈ থকা কামটো অতি সোনকালে সম্পূৰ্ণ হব।

 ৩. নজৰ লগাৰ পৰা বচাব পাৰি-

যদি কোনো শিশুৰ নজৰ লাগে, তেন্তে নজৰ ভাঙিবলৈ ৰঙা জলকীয়া লৈ শিশুটিৰ ওপৰত ৭বাৰ ঘূৰাই দিব লাগে। ইয়াৰ পাছত এই জলকীয়াবোৰ জুইত জ্বলাই দিব লাগে। এনে কৰিলে শিশুৰ নজৰ লগাৰ পৰা বচাপ পাৰি।

 ৪. ঘৰত সমৃদ্ধি বজাই ৰাখিবলৈ-

কঠোৰ পৰিশ্ৰমৰ সত্ত্বেও সুখ-সমৃদ্ধি আৰু ধনৰ অভাৱ হয়। ৭টা ৰঙা জলকীয়া লৈ ৰুমালত বান্ধি ধন ৰখা ঠাইত ৰাখক। এনে কৰিলে ঘৰত লক্ষ্মী মাৰ আশীৰ্বাদ সোনকালে লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ