--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এথলেটিকছ প্ৰশিক্ষিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উঠাৰ পিছতে  হাৰিয়ানাৰ মন্ত্ৰী আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ সিঙে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। অভিযোগ অনুসৰি  সন্দীপ সিঙে মহিলা প্ৰশিক্ষিকাগৰাকীক ঘৰলৈ মাতিছিল আৰু তেওঁক যৌন নিৰ্যাতন কৰিছিল। সন্দীপে সকলো অভিযোগ অস্বীকাৰ কৰিছে৷  কিন্তু তদন্তৰ বাবে পদত্যাগ কৰিছে। ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়কজনে দাবী কৰিছে  যে এয়া তেওঁৰ চৰিত্ৰহননৰ অপচেষ্টা৷  

যৌন নিৰ্যাতনৰ ভুক্তভোগীগৰাকীয়ে  হাৰিয়ানাৰ জুনিয়ৰ এথলেটিকছ দলৰ প্ৰশিক্ষিকা হিচাপে কাম কৰি আছে। বৃহস্পতিবাৰে, তেওঁ স্থানীয় ৰাজনৈতিক দল আইএনএলডিৰ কাৰ্যালয়ত বহি আছিল ৷ তেতিয়া সন্দীপে তেওঁক তেওঁৰ নিজৰ ঘৰলৈ মাতিছিল আৰু যৌন নিৰ্যাতন কৰিছিল।  তেওঁ শেহতীয়াকৈ  আৰক্ষীৰ ওচৰত  অভিযোগ দাখিল কৰিছে।এজাহাৰত তেওঁ কয় "মই আশা কৰোঁ চণ্ডীগড় আৰক্ষীয়ে মোৰ অভিযোগৰ নিৰপেক্ষ তদন্ত কৰিব।" 

মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে মন্ত্ৰীগৰাকীয়ে তেওঁক প্ৰথমবাৰ জিমত লগ পোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল। ভুক্তভোগীগৰাকীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰকো তেওঁৰ অভিযোগৰ দাখিল কৰিছে। হাৰিয়ানা আৰক্ষীয়ে কৈছিল যে সন্দীপৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক