--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বিভিন্ন প্ৰান্তত উজ্বলি উঠিছে 'গংগুবাঈ কাঠিৱাড়ি’। লণ্ডনৰ ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছত প্ৰদৰ্শনী চলাৰ পাছত লছ এঞ্জেলছলৈও ছৱিখন লৈ ঢাপলি মেলিছে পৰিচালক সঞ্জয় লীলা ভাঞ্চালী।

কিন্তু ভাঞ্চালীৰ স’তে ক’তো দেখা পোৱা নগ’ল ছৱিখনৰ অভিনেত্ৰী আলিয়া ভাটক। অকলেই গৈছে ভাঞ্চালী। আলিয়াৰ অনুপস্থিতিক লৈ মুখ খুলিছে পৰিচালকগৰাকীয়ে নিজেত।

''লণ্ডনত ছৱিখনৰ প্ৰচাৰৰ বাবে গৈ মনটো বেয়া লাগি গৈছিল। আলিয়ে থকা হ’লে কিমান ভাল লাগিলহেঁতেন! মোক সকলোৱে সুধিছিল আলিয়াৰ কথা। কিয় আহিব নোৱাৰিলে তেওঁলোকক বুজািছো। কিন্তু নিজেও ভাবিছিলো যে যদি তাই আহিব পৰা হ’লে। কিন্তু এতিয়া তাইৰ কেৱল সন্তানক সময় দিয়াৰ সময়।’’- ভাঞ্চালিয়ে এটা সাক্ষাৎকাৰত কয়।

উল্লেখ্য যে ৬ নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়াৰ প্ৰথম কন্যা ৰাহাৰ জন্ম হয়। সন্তানক লালন পালনৰ বাবে কাৰ্যতঃ ছৱিৰ ব্যস্ততাৰ পৰা বিৰতি লৈছে আলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement