--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও অশান্তি কমা নাই মণিপুৰত! ৰাজ্যখনত পুনৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে৷ এই খবৰ পোৱা গৈছে চুৰাচান্দপুৰ জিলাৰ পৰা৷

জিলাখনৰ কংভাই নামৰ অঞ্চলটোৰ মলংগাট গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ বাতৰি অনুসৰি, দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সংঘটিত হয়৷ তদুপৰি দুৰ্বৃত্তই মুকলিকৈ গুলী চলায়৷

আজি পুৱা প্ৰায় ৮ বজাত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। অঞ্চলটোত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

উল্লেখ্য যে যোৱা সপ্তাহত ৰাজ্যখনত মেইটেইসকলে জনজাতীয় মৰ্যাদা বিচৰা দাবীৰ বিৰুদ্ধে খিলঞ্জীয়া জনগোষ্ঠীসমূহে বিশেষকৈ কুকিসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মণিপুৰত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

মণিপুৰত সংঘটিত ব্যাপক হিংসাৰ ফলত কমেও ৬০ জন লোক নিহত হোৱাৰ লগতে ৩০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস