--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিজৰ  পোছাকক লৈ আকৌ এবাৰ নেটিজেনৰ সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰী একতা কাপুৰ।  শেহতীয়াকৈ একতাৰ ক'লা আৰু মুগা দীঘল গাউন পিন্ধাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেয়া  দেখি নেটিজেনসকলে কৈছে তেওঁলোকে কাপোৰ "এয়া কেনে  পোছাক! কাপোৰ কিনিবলৈ পইচা নাই যদি আমিয়েই দিম"!

বলীউডৰ তাৰকা মানেই   ফেশ্বনৰ বাহাৰ। তাৰকাসকলে পিন্ধাৰ দৰেই বহুতে কাপোৰ পিন্ধে। চেলিব্ৰেটীসকলে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধি  কেমেৰাৰ সন্মুখত প’জ  দিয়ে। সৰু পৰ্দাৰ অন্যতম জনপ্ৰিয় প্ৰযোজক একতা কাপুৰে  ৰিদ্ধি ডোগ্ৰাৰ পাৰ্টিত উপস্থিত আছিল । তেওঁ পাপাৰাজিক  হাঁহিৰে সম্ভাষণো জনাইছিল । কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে সেয়াই তেওঁৰ বাবে  বুমেৰাং হৈ পৰিব।
ভিডিঅ'টোত, একতাক চেটিন মেক্সি  পিন্ধি গাড়ীৰ পৰা ওলাই অহা দেখা গৈছে। দাবি, একতা


তেওঁ নিজৰ পোছাক  ঠিক-ঠাক কৰি  ল’বলৈ চেষ্টা কৰাও দেখা গৈছে। কিন্তু  তেওঁ যেন  নিজকে পৰিস্থিতিৰ সৈতে  মিলাব নোৱাৰিলে।সেয়া  দেখি নেটিজেনসকলে বিভিন্ন মন্তব্য দিবলৈ আৰম্ভ কৰিছে। এজনে লিখিছিল, "আপুনি যদি ভাল কাপোৰ পিন্ধিবই নোৱাৰে,  উপাৰ্জন কৰি কি লাভ! আন এজন নেটিজেনে দাবী কৰিছেযে একতা কাপুৰক এই পোছাকত একেবাৰে আৰামদায়ক দেখা যোৱা নাই। আৰু এখোজ আগুৱাই আন এজনে ক'লে,"একতাক  এগৰাকী ডব্লিউডব্লিউএফ মল্লযোদ্ধাৰ দৰে দেখাইছে"। কিছুমানে আনকি তেওঁক নতুন কাপোৰ কিনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। বহুতে দাবী কৰে যে একতা কাপুৰক এজন ভাল ষ্টাইলিষ্টৰ প্ৰয়োজন।

অৱশ্যে, একতাৰ কাপোৰৰ পচন্দ আৰু ফেশ্বনৰ ধাৰণা সম্পৰ্কে প্ৰশ্ন উত্থাপন হোৱা এয়াই  প্ৰথম ঘটনা  নহয়। সামাজিক মাধ্যমত তেওঁৰ পোছাককলৈ কেইবাৰো  ট্ৰ'লৰ হৈছে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক