--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিছুদিনৰ পাছত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়া। বলীউডৰ অন্যতম চৰ্চিত দম্পতী হিচাপেও তেওঁলোক পৰিচিত। কিন্তু এবাৰ সিদ্ধাৰ্থৰ খং উঠিছে কিয়াৰাৰ ওপৰত। কাৰণ হৈছে বৰুণ ধাৱন।

কিয়াৰাৰ গালত চুমা যাচিলে অভিনেতা বৰুণ ধাৱনে। এই ঘটনা সংঘটিত হৈছে এখন আলোচনীৰ ফটোশ্বুটৰ সময়ত। পৰিচালকে একচন কোৱাৰ আগতেই কিয়াৰাৰ মিঠা গালত বৰুণে চুমা খায়।

খবৰ অনুসৰি, সিদ্ধাৰ্থই এই কথা পাছত গম পায়। সেইবাবেই কিয়াৰাৰ ওপৰত অভিনেতাজনৰ বৰ খং। দুয়োজনৰ মাজত কাজিয়াৰ সৃষ্টি হয় বুলি জনা গৈছে।

অৱশ্যে সিদ্ধাৰ্থ-কিয়াৰৰ ঘনিষ্ঠসকলৰ মতে, এইসমূহ মিছা। দুয়োৰে মাজত বুজাবুজি অত্যন্ত ভাল। ইজনে সিজনৰ কামক সন্মান কৰে।

প্ৰসংগক্ৰমে, সিদ্ধাৰ্থ-কিয়াৰা বৰ্তমান বিয়াৰ প্ৰস্তুতিত ব্যস্ত। জানিব পৰা মতে অতিথি তালিকাখনো প্ৰস্তুত কৰা হৈছে। কৰণ জোহৰ, কেটৰিনা কাইফ, বিকি কৌশল, ৰাকুলপ্ৰীত সিং, বৰুণ ধাৱন- নিমন্ত্ৰিতসকলৰ তালিকাখনত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক