--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটা চুমাৰ কথাই এতিয়া সমগ্ৰ আমেৰিকাৰ লগতে বিশ্বৰ চুকে-কোণে ঘূৰি ফুৰিছে৷ জো বিডেনৰ পত্নী আৰু মাৰ্কিন  ফাৰ্ষ লেডী জিলে সকলোৰে সন্মুখতে উপ-  ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স্বামীৰ ওঁঠত চুমা খালে!  এই মুহূৰ্তটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ- ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স্বামী ডগলাছ এমহফে  কেপিটলত বিডেনৰ পত্নী জিল বিডেনক সাক্ষাৎ কৰিবলৈ গৈছিল। ভাষণ আৰম্ভ হোৱাৰ আগতে, তেওঁলোকে ইজনে সিজনৰ সৈতে এক সৌজন্য মূলক ভাবে কা পাতিছিল৷ভাইৰেল হোৱা ভিডিঅ'টোত, তেওঁলোকক প্ৰথমে ইজনে সিজনক আলিঙ্গন কৰা দেখা গৈছে। পিছত জিলে ডগলাছক  ওঁঠত চুম্বন কৰে৷


পাশ্চাত্য সংস্কৃতিত, চুম্বনৰ সৈতে সৌজন্য প্ৰদৰ্শন কৰাটো এটা পুৰণি নিয়ম। সাধাৰণতে যেতিয়া এগৰাকী মহিলা আৰু পুৰুষ লগ হয়, হাত বা গালত চুম্বন কৰা  হয়। কিন্তু এই ক্ষেত্ৰত, জিলে ডগলাছৰ ওঁঠতে চুমা খালে। বহুতে সুধিছে জিল বিডেনে কমলা হেৰিছৰ স্বামীৰ ওঁঠত কিয় চুমা খালে? কিছুমানে কৈছে যে তেোঁলোকে এনে কাৰ্য  জো বিডেনৰ পত্নীৰ পৰা আশা কৰা নাছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ