--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ গৌৰৱ বনৰীয়া ম’হ বা ৱাটাৰ বাফেলো৷ নেপালত বিগত কিছু বছৰৰ পৰা লক্ষ্যণীয়ভাবে হ্ৰাস পাইছে বনৰীয়া ম’হৰ সংখ্যা৷ সেয়ে দেশ খনৰ চৰকাৰে বনৰীয়া ম’হৰ বংশ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷  নেপালী ভাষাত বনৰীয়া ম'হক  'আৰ্ণা' বুলি কোৱা হয়৷ কনজাৰ্ভেচন অফ নেচাৰৰ আন্তৰ্জাতিক সংঘই  বিশ্বব্যাপী বিপদাপন্ন হিচাপে তালিকাভুক্ত কৰা প্ৰাণীসমূহৰ মাজৰে এবিধ।

 ৩০ হেক্টৰ মাটিত  এনে ম’হৰ বাবে সুৰক্ষিত স্থান তৈয়াৰ কৰা হৈছে।  আছে। পানীত থাকিয়েই সাধাৰণতে ভালপোৱা এনে ম’হৰ  সংখ্যা দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ৪,০০০তকৈও কম।  নেপালত  এনে বনৰীয়া  ম'হৰ একমাত্ৰ বাসস্থান হৈছে দেশৰ পূবত থকা  কোশী টাপ্পু বন্যপ্ৰাণী সংৰক্ষিত স্থান। ২০১৭ চনত, নেপালৰ চৰকাৰে দক্ষিণ-মধ্য নেপালৰ চিতৱান ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ১৫ টা ম'হ ৰখাৰ  চেষ্টা কৰিছিল। এনে  বনৰীয়া ম'হ ১৯৬০ ৰ দশকৰ আশে পাশে চিতৱানত বিলুপ্ত হৈ গৈছিল। ১৯৭৫  চনলৈ কোশী টাপ্পু বন্যপ্ৰাণী সংৰক্ষণৰ অন্তিম জনসংখ্যা মাত্ৰ ৬৩ টা লৈ হ্ৰাস পাইছিল।

  ২০২১  চনত এনে ম’হৰ সংখ্যা নেপালত  ৪৯৮  টা হৈছিল। চিতৱানৰ নেচনেল ট্ৰাষ্ট ফৰ নেচাৰ কনজাৰ্ভেচনৰ  মুৰব্বী বাবু ৰাম লামিছানে কয় যে সংৰক্ষিত কৰ্তৃপক্ষই  বেদখলৰ মুক্ত কৰাৰ চেষ্টা চলািছে।  ১৯৬০ চনৰ আশে-পাশে নেপালৰ বন্যজল ম’হৰ একমাত্ৰ বাসস্থান হৈছে দেশৰ পূব দিশৰ কোশী টাপ্পু বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ