--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফুটবলৰ উন্মাদনাত উটি-ঙাঁহি গৈছে বিশ্ব। সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বিশ্বৰ সৰ্বস্তৰৰ লোকসকলে এতিয়া ফুটবল বিশ্বকাপৰ ফাইনেলত কোনটো দল বিজয়ী হ’ব তাকেলৈ কৌতূহলী হৈ আছে। এনে সময়তে ফ্ৰান্সৰ যৌন কৰ্মীসকলে বিশ্বকাপৰ ফাইনেলত ফ্ৰান্স বিজয়ী হ’লে পেৰিছ  আৰু দেশখনৰ অন্যান্য গুৰুত্বপূৰ্ণ চহৰসমূহত এক পইচাও নোলোৱাকৈ   বিনামূলীয়া যৌন সম্ভোগৰ সেৱা আগবঢ়াব বুলি ঘোষণা কৰিছে। 

তেওঁলোকে কৈছে যে তেওঁলোকেও  সকলো গ্ৰাহকৰ সৈতে বিজয়ৰ আনন্দ উপভোগ কৰিব বিচাৰে।  ফ্ৰান্সৰ বাণিজ্যিক যৌন কৰ্মীসকলে ১৮ ডিচেম্বৰ, ২০২২ দেওবাৰে সৰ্বসন্মতিক্ৰমে বিনামূলীয়া যৌন সম্পৰ্কৰ কথা  ঘোষণা কৰিছে।  

যদি তেওঁলোকৰ দলে কাটাৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাক পৰাস্ত কৰে তেন্তে সকলোকে বিনামূলীয়া যৌন সম্ভোগৰে আপ্যায়ন কৰিবলৈ সাজু হৈছে তেওঁলোক। ১৪ ডিচেম্বৰত ফ্ৰান্সে মৰক্কোক ২-০ গ'লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল।  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেলৰ মতে খেলুৱৈসকলে চাৰি বছৰ আগতে ৰাছিয়াত জিকা চেম্পিয়নশ্বিপটো ধৰি ৰাখিব পাৰিলে তেওঁলোকক সুন্দৰভাবে পুৰস্কৃত কৰা হ'ব। আজি আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ ফাইনেল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক