--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ বিজয়ৰ উপৰিও লিঅ’নেল মেছিয়ে পৰাস্ত কৰিবলৈ সক্ষম হয় এটা কণী! কিন্তু এই বিশেষ কণী? কিহৰ বাবে বিখ্যাত এই কণীটো?

বিশ্বকাপ বিজয়ৰ পাছতে মেছিয়ে ইনষ্টাগ্ৰামত ট্ৰফীসহ এখন ফটো শ্বেয়াৰ কৰে। তাৰপাছতে জুই লাগে সামাজিক মাধ্যমটোত। মুহূৰ্ততে মেছিৰ প’ষ্টটো ভাইৰেল হৈ পৰে। এতিয়ালৈকে মুঠ ৬৪ মিলিয়ন লাইকছ পাবলৈ সক্ষম হৈছে মেছিৰ প’ষ্টটোৱে।

ইনষ্টাগ্ৰামত ইমানসংখ্যক লাইকছ পোৱাৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে। ইয়াৰ আগলৈতে এই অভিলেখৰ গৰাকী আছিল এটা কণী।

''ৱৰ্লড ৰেকৰ্ড এগ’’ (world record egg) নামৰ পেজটোত থকা কণীটোৱে লাভ কৰিছিল ৫৭ মিলিয়ন লাইকছ। কণীটোৰ ফটোখনৰ তলত কেপচন হিচাপে লিখা আছিল- ''আহক আমি এটা বিশ্ব অভিলেখৰ সৃষ্টি কৰো আৰু ইনষ্টাগ্ৰামত সৰ্বাধিক সংখ্যক লাইকছ লাভ কৰো।’’

২০১৯ চনত এই কণীটোৱে এই অভিলেখৰ গৰাকী হয়। ইয়াৰ পূৰ্বে জনপ্ৰিয় মডেল কাইলী জেনাৰে ১৯ মিলিয়ন লাইকছেৰে শীৰ্ষত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক