--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সত গুলি কৰি হত্যা কৰা হ’ল এজন ফুটবলাৰক। দেশখনৰ মাৰ্চেই নামৰ চহৰখনত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো। ২২ বছৰীয়া ফুটবলাৰজনৰ নাম আদেল সান্তানা মেণ্ডি নামেৰে জনা গৈছে।

উল্লেখ্য যে বিশ্বকাপ ফাইনেলত ফ্ৰান্স পৰাজীত হোৱাৰ পাছতে উত্তেজিত হৈ আছে দেশখন। ফাইনেল শেষ হোৱা এসপ্তাহ হৈ যোৱাৰ পাছতে এই উত্তেজনা সাম কটা নাই। এই উত্তেজনাময় পৰিস্থিতিৰে বলি হ’ল ফুটবলাৰ আদেল।

যোৱা জুন মাহত ফ্ৰান্সৰ ঘৰুৱা লীগৰ চতুৰ্থ ডিভিজনৰ ক্লাব ওবানিয়াত যোগ দিছিল আদেলে। কিয় তেওঁক গুলিয়াই হত্যা কৰা হ’ল সেই বিষয়ে আৰক্ষীয়ে একো জনোৱা নাই। ইতিমধ্যে ফুটবলাৰজনৰ মৃত্যুক লৈ তদন্ত আৰম্ভ হৈছে।

কৃষ্ণাং ফুটবলাৰগৰাকীৰ জন্ম ফ্ৰান্সত হ’লেও আদেলৰ পিতৃমাতৃ চেনেগালৰ। ফ্ৰান্সৰ মাৰ্চেই যুৱ একাডেমিৰ পৰা ফুটবলৰ শিক্ষা লাভ কৰা তৰুণ ফুটবলাৰগৰাকীয়ে কেইবাটাও ক্লাবত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।

আনহাতে, আদেলৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই তেওঁৰ ক্লাব ওবানিয়াই। সামাজিক মাধ্যমত ক্লাবটোৱে লিখিছে- ''বিৰাট এটা শূণ্যস্থান সৃষ্টি হ’ল। আদেল সদায়েই আমাৰ মাজত থাকিব। তেওঁৰ পৰিয়ালক সমবেদনা জনাইছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক