--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ঘৰত কেলেণ্ডাৰো  আঁৰি ৰাখে। কেলেণ্ডাৰ মানুহে দিন, বাৰ আদি চোৱাৰ বাবে ব্যৱহাৰ কৰে। বহুতে কেলেণ্ডাৰৰ নিৰ্দিষ্ট স্থানত কৰিবলগীয়া কামৰ তালিকাও লিখি ৰাখে। ইয়াৰ ফলত তেনে কাম পাহৰি যোৱাৰ আশংকা দূৰ হয়। ঘৰৰ সুবিধাজনক স্থানত মানুহে কেলেণ্ডাৰ আঁৰি থয়। কেলেণ্ডাৰ হৈছে সময়ৰ খতিয়ান৷ এই সময়ৰ হাত ধৰিয়েই আগবাঢ়ে আমাৰ জীৱন৷ 

ফেংছুইয়ে কেলেণ্ডাৰ আঁৰি থোৱাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। ফেংছুইৰ মতে ঘৰৰ প্ৰধান দুৱাৰৰ ওপৰত অথবা দুবাৰৰ দুয়োফালে কেলেণ্ডাৰ আঁৰিব নালাগে। এনে কৰিলে ঘৰত অমংগল হয়।

কেলেণ্ডাৰ কেতিয়াও মানুহৰ চকুত পোনে পোনে পৰা স্থানত ৰাখিব নালাগে। এনেদৰে কেলেণ্ডাৰ আঁৰিলে মানুহৰ আয়ুস ক্ষয় হয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।

ফেংছুই বিশেষজ্ঞৰ মতে  কেলেণ্ডাৰখন চকুৰ মুখামুখিকৈ পৰা স্থানত আঁৰি থ'লে মানুহে দিন-বাৰ আদি হিচাপ কৰি থাকে আৰু তেওঁৰ যে পৃথিবীত দিন সদায় কমি আহিছে সেই কথাটো ভাবিব পাৰে।

 ইয়াৰ ফলত মানুহ এজনৰ মন দুৰ্বল হৈ পৰে আৰু তেওঁৰ আয়ুস ক্ষয় হ’ব পাৰে। সেয়ে ঘৰত কেলেণ্ডাৰ খন আঁৰোতে কিছু সতৰ্ক হ’লে ভাল।

পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে  পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ  সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ। গতিকে টথা স্থানত কেলেণ্ডাৰ আঁৰি ৰাখিলে শুভ ফল লাভ হয়|








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস