--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ বৰ্ষৰ ফিল্ম ফেয়াৰ এৱাৰ্ড ঘোষণা কৰা হৈছে৷ 12TH FAIL চিনেমাখনলৈ শ্ৰেষ্ঠ চিনেমাৰ ফিল্মফেয়াৰ বঁটা আগবঢ়োৱা হৈছে৷ 

ৰণবীৰ কাপুৰলৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ আগবঢ়োৱা হৈছে৷ 

‘এনিমেল’ চিনেমাখনৰ বাবে ৰণবীৰে লাভ কৰিছে এই বঁটা৷ 

একেদৰে, আলিয়া ভাটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ আগবঢ়োৱা হৈছে৷ 

‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহানী’ৰ বাবে আলিয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে৷ 

বিধু বিনোদ চোপ্ৰালৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ৷ 

‘জোৰাম’লৈ সমালোচকৰ শ্ৰেষ্ঠ চিনেমাৰ ফিল্মফেয়াৰ বঁটা আগবঢ়োৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক