--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই ফিট হৈ থাকিবলৈ ফলমূল সেৱন কৰে। একে সময়তে বহুতে ফলৰ চালাড খাবলৈ ভাল পায়। ইয়াৰ দ্বাৰাও ভোক দূৰ কৰিব পাৰি। কিন্তু আপুনি জানেনে যে ফলৰ চালাড বনাওঁতে যদি ইয়াত দিয়া ফলৰ সংমিশ্ৰণৰ সঠিক নহয়, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ উপকাৰতকৈ অধিক ক্ষতি কৰিব পাৰে।

ভুলতো এইবোৰ একেলগে নাখাব-

১) কমলা আৰু গাজৰঃ গাজৰ আৰু কমলাৰ সংমিশ্ৰণে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰিব পাৰে।এই দুটা বস্তু একেলগে সেৱন কৰিলে হিটবাৰ্ণৰ সমস্যাৰ  লগতে কিডনীৰ ক্ষতি হ’ব পাৰে।

২) মধুৰী আৰু কল- এই সংমিশ্ৰণে স্বাস্থ্যৰ বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই দুটা ফল একেলগে খালে এচিড’ছিছ, মূৰৰ বিষ আদি সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

৩) আনাৰস আৰু গাখীৰঃ ব্ৰ’মেলিন মৌল আনাৰসত পোৱা যায়। ই আনাৰসৰ ৰসৰ পৰা ওলোৱা এবিধ এনজাইম। এই মৌল গাখীৰৰ সংস্পৰ্শলৈ আহিলে গেছ, বমিৰ দৰে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৪) অমিতা আৰু নেমুঃ বহুতে ফলমূলৰ ওপৰত নেমু চেপি খায়। কিন্তু যদি আপুনি অমিতা খাই আছে তেন্তে তেনে কৰাৰ ভুল নকৰিব। অমিতা আৰু নেমুৰ সংমিশ্ৰণ মাৰাত্মক আৰু ইয়াৰ ফলত ৰক্তহীনতা আৰু হিম’গ্লবিনৰ ভাৰসাম্যহীনতা হ’ব পাৰে।

৫) ফলৰ সৈতে শাক-পাচলিঃ ফলৰ লগত শাক-পাচলি সেৱন কৰিলে পেটত বিষাক্ত পদাৰ্থ উৎপন্ন হয় যাৰ ফলত ডায়েৰিয়া, মূৰৰ বিষ আৰু শৰীৰৰ যিকোনো অংশত বিষ হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক