--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান সময়ত সকলো খাদ্য সম্পৰ্কে যথেষ্ট সচেতন৷ একে সময়তে সকলোৱে ফলমূলৰ উপকাৰীতাৰ বিষয়েও বুজি উঠিছে৷ ফলমূল যথেষ্ট গুণেৰে সমৃদ্ধ আৰু চহৰত থকাসকলে ফলমূলৰ অভাৱ পূৰ কৰিবলৈ প্ৰায়ে বজাৰৰ পৰাই ক্ৰয় কৰিব লগীয়া হয়৷ কিন্তু বেছি পৰিমাণে যদি ফলমূল ক্ৰয় কৰা হয় তেন্তে সাঁচি ৰখাটো কিছু টান হৈ পৰে৷ এনেক্ষেত্ৰত আমি সততে ফ্ৰীজৰ সহায় লওঁ৷ কিন্তু সাৱধান ! বজাৰৰ পৰা আনিয়েই ফলমূলবোৰ ফ্ৰীজত নথ’ব৷ কেতিয়াও নকৰিব এই মাৰাত্মক ভুল৷

ফ্ৰীজত থোৱাৰ পূৰ্বে ফলমূল ধুই ল’ব লাগে৷  কেৱল ধোৱাই নহয়, ফলমূলবোৰ শুকুৱাই ল’ব লাগে।শুকুৱাই নল’লে ফলবোৰ সোনকালে নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে৷ 

আপেল ,  নাচপতিৰ দৰে ফল ফ্ৰীজত ৰখাৰ বিপৰীতে আন এক উপায়েৰে বহু দিনলৈ সতেজ কৰি ৰাখিব পাৰে৷এনে ফল কাগজ বা প্লাষ্টিকেৰে মেৰিয়াই ৰাখিলে অধিক দিন সতেজ হৈ থাকে। আনকি এই উপায় বিক্ৰেতাসকলেও প্ৰায়েই অৱলম্বন কৰা দেখা যায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক