--°C
Loading...
Listen to Article
2 min read
80%
২৪ নৱেম্বৰ ২০২২, বৃহস্পতিবাৰ

মেষ ৰাশি– মেষ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব৷ সজাগ নহ’লে প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়।

বৃষ ৰাশি– বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায।

মিথুন ৰাশি- মিথুন ৰাশিৰ বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক হ’ব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। খাদ্যসুখ পাব।

কৰ্কট ৰাশি– আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। ঘৰুৱা কন্দল হ’ব পাৰে।

কন্যা ৰাশি– কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ শাৰীৰিক দিশত মধ্যম।

সিংহ ৰাশিৰ– সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা লাভৰ যোগ।

তুলা ৰাশি–  কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ


বৃশ্চিক ৰাশি– বৃশ্চিক আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।

মকৰ ৰাশি- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো পাৰিবাৰিক দিশত শুভ৷ প্ৰেমত মধুৰতা। ঘৰলৈ আলহী আহিব।

কুম্ভ ৰাশি- আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। আয় বৃদ্ধি পাব কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব।

মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক