--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মিজোৰামৰ পৰা বিহাৰলৈ সৰবৰাহ হৈছিল নিষিদ্ধ সামগ্ৰীখিনি। NL01AF9838 নম্বৰৰ ট্ৰাকখনত জব্দ কেইবা কাৰ্টন বিদেশী চিগাৰেট।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ লালমাটিত ২ কোটি টকাৰ বিদেশী চিগাৰেট জব্দ। বশিষ্ঠ আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমাণৰ ধঁপাত।


মিজোৰামৰ পৰা বিহাৰলৈ সৰবৰাহ হৈছিল নিষিদ্ধ সামগ্ৰীখিনি। NL01AF9838 নম্বৰৰ ট্ৰাকখনত জব্দ কেইবা কাৰ্টন বিদেশী চিগাৰেট।


জব্দকৃত প্ৰায় ৬ লাখ চিগাৰেট। ইয়াৰ বজাৰমূল্য প্ৰায় ২ কোটি টকা।


বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজু ঠাকুৰ নামৰ এজন সৰবৰাহকাৰীক।


ধৃত লোকজনক অধিক জেৰা চলাইছে বশিষ্ঠ থানাৰ তদন্তকাৰী বিষয়াই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম