--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটকাধীন লোক কেইজন ক্ৰমে টঙীয়া গাঁৱৰ চিনা তাঁতী, অজয় তাঁতী, চুক্ষৰা মুণ্ডা আৰু সৰেশ তাঁতী৷

ডিজিটেল ডেস্কঃ চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চিংলৌ পথাৰ টঙীয়া গাঁৱত চাৰিটা হস্ত-নিৰ্মিত বন্দুকসহ চাৰি জনক আটক ৷


আটকাধীন লোক কেইজন ক্ৰমে টঙীয়া গাঁৱৰ চিনা তাঁতী, অজয় তাঁতী, চুক্ষৰা মুণ্ডা আৰু সৰেশ তাঁতী৷


চৰাইদেউ CRPF NEZ QAT 2 বাহিনীয়ে এক অভিযান চলাই আটকাধীন কুখ্যাত চোৰাং চিকাৰীকেইটাৰ পৰা চাৰিটা হস্ত-নিৰ্মিত বন্দুকসহ বন্যপ্ৰাণীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷


দীৰ্ঘদিন অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চোৰাংচিকাৰী কেইটাই বন্যপ্ৰানী নিধন কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ৷


সোণাৰি আৰক্ষী থানাত ধৃত চোৰাং চিকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম