--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুসময়ত চেলিব্ৰিটিসকলে ছ'চিয়েল মিডিয়াত এনে ফটো শ্বেয়াৰ কৰে য'ত তেওঁলোকক চিনাক্ত কৰা কঠিন হৈ পৰে। শেহতীয়াকৈ বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰীৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। অধিকাংশ লোকেই ধৰিব পৰা নাই অভিনেত্ৰীগৰাকী কোন? আপুনি বাৰু চিনাক্ত কৰিব পাৰিছেনে?এই ভাইৰেল ফটোখনত আপুনি দেখিব যে এই মৰমলগা সৰু ছোৱালীজনীয়ে ৰঙা ৰঙৰ স্কাৰ্ট আৰু ধূসৰ ৰঙৰ টপ পিন্ধি আছে আৰু অলপকে চুলিও বান্ধিছে। 


কণমানিজনীয়ে এগৰাকী মহিলাক নিজ হাতেৰে কেক খুৱাই থকা দেখা গৈছে।এই মৰমলগা সৰু ছোৱালীজনীৰ দুখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এখন ছবিত তেওঁক বিচনাত আন এটা শিশুৰ সৈতে দেখা গৈছে আৰু তেওঁৰ সৈতে আৰু দুগৰাকী মহিলাক দেখা গৈছে। এই দুয়োখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু সকলোৱে এই অভিনেত্ৰীগৰাকীক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। 


আপুনি এতিয়া ধৰিব পাৰিছেনে এই অভিনেত্ৰীগৰাকী কোন? যদি পৰা নাই একেবাৰে চিন্তা নকৰিব। আমি আপোনাৰ এই উৎসুকতা দূৰ কৰিম। এই অভিনেত্ৰীগৰাকী আন কোনো নহয়, বলীউডৰ 'দেশী গাৰ্ল' প্ৰিয়ংকা চোপ্ৰা। 


এফালে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰা আৰু আনফালে আছে অভিনেত্ৰীগৰাকীৰ আইতাক(মাতৃ ফালৰ)। প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ অ'ফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ফটো দুখন শ্বেয়াৰ কৰিছে। ফটো দুখনত প্ৰিয়ংকাই অনুৰাগীৰ যথেষ্ট মৰম-আদৰ লাভ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ