--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউটিউব দৰ্শকসকলৰ বাবে এয়া এটা দুখবৰ৷ জনপ্ৰিয় ইউটিবাৰ তথা ফুড ব্ল’গাৰৰ অকাল মৃত্যুৱে শোকাচ্ছন্ন কৰিছে ইউটিউব-জগত৷ হাঁহি-মাতি ফুড ব্লগেৰে দৰ্শকক মোহাৱিষ্ট কৰি ৰখা পঞ্চাশবছৰীয়া নাটাশা আৰু নাই।

দীৰ্ঘদিনধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা নাটাশাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। ছ’চিয়েল মিডিয়াত ‘নাটাছা দিদ্দী’ৰূপেও সুপৰিচিত আছিল ব্লগাৰগৰাকী৷

নাটাশাৰ স্বামীয়ে ইনষ্টাগ্ৰামযোগে তেওঁৰ পত্নীৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছে৷ স্বামীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘অতি বেদনাদায়ক খবৰ এয়ে মোৰ পত্নী নাটাছা দিদ্দী ওৰফে দ্য গটলেছ ফুডি আৰু নাই।

কিছু বছৰ পূৰ্বে পেটৰ টিউমাৰত আক্ৰান্ত হৈছিল নাটাশা। গেষ্ট্ৰিক বাইপাছৰ দ্বাৰা ইয়াক আঁতৰাই পেলোৱা হৈছিল। কিন্তু শেহতীয়াকৈ তেওঁ বমি, ডায়েৰিয়াৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল। দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল নাটাশাই। মৃত্যু সময়ত নাটাশাৰ বয়স আছিল ৫০ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ