--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাত প্ৰশ্নৰ উত্তৰ দেখাবলৈ অস্বীকাৰ কৰা বাবেই এজন ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে সহপাঠীয়ে।

জানিব পৰামতে এখন বিদ্যালয়ত অনুষ্ঠিত এছ এছ চি পৰীক্ষাৰ সময়চোৱাত উক্ত ঘটনা সংঘটিত হয়। পৰীক্ষাৰ অন্তত ছাত্ৰজন বিদ্যালয়ৰ পৰা ওলাই অহাত চৌহদৰ ওচৰতে ৩গৰাকী ছাত্ৰই মিলি মেধাৱী ছাত্ৰগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। তেজেৰ লুতুৰি-পুতুৰি হৈ পৰে তেওঁৰ দেহ। 

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰ ছাত্ৰজনক বিদ্যালয় চৌহদৰ ওচৰতে পেলাই অপৰাধী ছাত্ৰকেইজন পলাই যায়। আঘাতপ্ৰাপ্ত ছাত্ৰজনক প্ৰত্যক্ষ কৰি বিদ্যালয়খনৰ শিক্ষকে ততালিকে স্থানীয় হাস্পতালত ভৰ্তি কৰায়। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩২৪ত এক গোচৰ ৰুজু কৰিছে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এখন বিদ্যালয়ত। আৰক্ষীৰ তদন্ত আৰম্ভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement