--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ বিশ্ব কাপ জয়ী ফৰৱাৰ্ড কিলিয়ান এমবাপেই ফুটবল ক্লাব ক্রয় অথবা তাত নিজৰ শ্বেয়াৰ বিনিয়োগ কৰা চখ পূৰ্ণ কৰিছে। এইবাৰ তেওঁ নিজকে বেলেগ খেলৰ সৈতে জড়িত কৰিছে।

ৰিয়েল মাদ্রিদৰ তাৰকাগৰাকীয়ে ফর্মুলা বান অব দ্য ছিজ' নামেৰে জনাজাত 'মার্চাইল ফর্মুলা ১' প্রতিযোগিতাত অংশগ্রহণ কৰা ফ্রান্স চেইলজিপি দলত বিনিয়োগ কৰিছে। প্রতিযোগিতাখনত বিশ্বৰ ১২টা দলে অংশ লয়। ফুটবলৰ বাহিৰত এমবাপেৰ বাণিজ্যিক কাৰ্যকলাপৰ তদাৰক কৰে তেওঁৰ কে এম ফাউণ্ডেশ্যন আৰু বিনিয়োগ সংস্থা কোৱালিশ্যন কেপিটেলে।

 শেহতীয়াকৈ কে এম ফাউণ্ডেশ্যনে এমবাপেৰ এই নতুন বিনিয়োগৰ কথা প্রকাশ কৰে। বিশ্বৰ অন্যতম ধনী খেলুৱৈ এমবাপেই ইয়াৰ আগেয়ে জার্মানিৰ প্ৰযুক্তি প্রতিষ্ঠান ল'ৱে আৰু বিলাসী ঘড়ীৰ খুচুৰা বিক্রেতা প্রতিষ্ঠান ৰিষ্টৱাচত বিনিয়োগ কৰিছিল। ইয়াৰ উপৰি ফ্ৰান্সৰ দ্বিতীয় স্তৰৰ প্রতিযোগিতাত এমবাপেই ফেন ক্লাবৰ মালিকীসত্ত্বও গ্ৰহণ কৰিছে। ফৰাচী তাৰকাগৰাকীয়ে ইয়াতেই ক্ষান্ত নাথাকি নতুন মঞ্চ হিচাপে সমুদ্ৰৰ ৰেচিং প্রতিযোগিতাতো নিজকে জড়িত কৰিলে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ