--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইতিমধ্যে প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী হৰিপ্ৰসাদ বৰাই ।

ডিজিটেল ডেস্কঃ  গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভষ্ম গুৱাহাটীৰ পৰা আনি গহপুৰৰ ডিপৰাত স্থাপন কৰাৰ পাছত এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰা হৈছে ।


ইতিমধ্যে প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী হৰিপ্ৰসাদ বৰাই ।প্ৰতিমূৰ্তি নিৰ্মাণ কালত জুবিন গাৰ্গক লগ পাওতে ভৰি জোটাৰ লেচ মাৰি দিয়াৰ কথা সোঁৱৰে হৰি প্ৰসাদ বৰাই ।


অহা ১৯ অক্টোবৰত ডিপৰাত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপন হ'ব ।


উল্লেখ্য যে বুকুৰ আপোন শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বৰ্তমান সৰ্বত্ৰে চলিছে প্ৰতিবাদ। ছ'চিয়েল মিডিয়াত সকলোৱে লিখিছে #JusticeForZubeenGarg


জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ক্ষান্ত নহও বুলি হুংকাৰ দিছে অসমবাসীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ