--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ টুকি ৰাখিলে এদিনৰ পাছত গজালি ওলায় আৰু ইয়াকে কয় গাজী মগু বা গজালি ওলোৱা মগু(Sprouts)। গাজী মগু শৰীৰৰ বাবে অতি উত্তম। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহৃত হৈ আহিছে। প্ৰতিদিনে গাজী মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে। গাজী মগু আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিৰে ভৰপূৰ।  গাজী মগু খালে শৰীৰে প্ৰ’টিন লাভ কৰাৰ লগতে পুষ্টি লাভ কৰে।

গাজী মগুৰ উপকাৰিতাঃ

১) গাজী মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।

২) গাজী মগু খালে শৌচ খোলোচা হয়।

৩)গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

৪) গাজী মগুত থকা আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিয়ে শৰীৰৰ পুষ্টিসাধন কৰে।

৫)গাজী মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

৬)গাজী মগু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।

৭)গাজী মগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে।

৮)গাজী মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৯)গাজী মগু খালে আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ হয়।

১০)গাজী মগু খালে চাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

১১)গাজী মগুৱে মহিলাক গৰ্ভৱতী হোৱাত সহায় কৰে।

১২)গাজী মগু খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়।

১৩)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৪) নখৰ বাবে উপকাৰী গাজী মগু।

১৫) গাজী মগুৱে বেয়া কলেষ্টৰল আঁতৰায়।

১৬) গাজী মগুৱে ছাল পৰিস্কাৰ আৰু জিলিকাই তোলাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু