--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ টুকি ৰাখিলে এদিনৰ পাছত গজালি ওলায় আৰু ইয়াকে কয় গাজী মগু বা গজালি ওলোৱা মগু(Sprouts)। গাজী মগু শৰীৰৰ বাবে অতি উত্তম। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহৃত হৈ আহিছে। প্ৰতিদিনে গাজী মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে। গাজী মগু আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিৰে ভৰপূৰ।  গাজী মগু খালে শৰীৰে প্ৰ’টিন লাভ কৰাৰ লগতে পুষ্টি লাভ কৰে।

গাজী মগুৰ উপকাৰিতাঃ

১) গাজী মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।

২) গাজী মগু খালে শৌচ খোলোচা হয়।

৩)গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

৪) গাজী মগুত থকা আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিয়ে শৰীৰৰ পুষ্টিসাধন কৰে।

৫)গাজী মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

৬)গাজী মগু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।

৭)গাজী মগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে।

৮)গাজী মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৯)গাজী মগু খালে আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ হয়।

১০)গাজী মগু খালে চাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

১১)গাজী মগুৱে মহিলাক গৰ্ভৱতী হোৱাত সহায় কৰে।

১২)গাজী মগু খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়।

১৩)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৪) নখৰ বাবে উপকাৰী গাজী মগু।

১৫) গাজী মগুৱে বেয়া কলেষ্টৰল আঁতৰায়।

১৬) গাজী মগুৱে ছাল পৰিস্কাৰ আৰু জিলিকাই তোলাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন