--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : আমি সকলোৱে জানো যে গাখীৰ এনে এবিধ পানীয় য’ত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। গাখীৰত থকা কেলচিয়ামে হাড় সুস্থ-সবল শক্তিশালী কৰাৰ লগতে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু সকলোৱে গাখীৰ খাই ভাল নাপায়, গতিকে সেই লোকসকলে শৰীৰত কেলচিয়ামৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰিব জানো আহক।

 গাখীৰৰ বাহিৰেও কেলচিয়ামসমৃদ্ধ উৎস-

১. কমলাঃ-কমলাক ভিটামিন-চিৰ উৎস বুলি কোৱা হয়। সেয়েহে কমলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু এই ফলৰ ৰস খালে শৰীৰত কেলচিয়ামৰ অভাৱো পূৰণ হয়।

২. ওটচঃ-ওটচ হৈছে অতি স্বাস্থ্যকৰ খাদ্য যিটো আমি সাধাৰণতে ব্ৰেকফাষ্টত খাওঁ, ইয়াত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে শৰীৰক শক্তিশালী কৰে, গতিকে গাখীৰ সেৱন নকৰাসকলৰ বাবে ই কেলচিয়ামৰ প্ৰধান উৎস।

৩. ৰ’দৰ পোহৰঃ-আপুনি নিশ্চয় শুনিছো যে সূৰ্যৰ তাপৰ পৰা আমি ভিটামিন-ডি পাওঁ। কিন্তু সূৰ্যৰ তাপৰ জৰিয়তে কেলচিয়াম লাভ কৰিব পাৰি।

৪. সেউজীয়া পাতৰ শাক-পাচলিঃ-সেউজীয়া শাক-পাচলি সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়। সেউজীয়া শাকৰ পৰা অন্যান্য পুষ্টিকৰ উপাদানৰ উপৰি কেলচিয়ামো লাভ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক