--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঠাণ্ডা বতৰত বেছিভাগ মানুহৰে প্ৰিয় গৰম চাহ। চাহপ্ৰেমীসকলৰ মাজত চাহৰ উন্মাদনা সদায় একে ধৰণে থাকে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে চাহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। চাহে শৰীৰক সতেজতা প্ৰদান কৰে আৰু এলাহ দূৰ কৰি ৰাখে। ইয়াৰ সেৱনৰ সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে দিনটোত ২ৰ পৰা ৩ কাপ চাহ খালে স্বাস্থ্যৰ ক্ষতি হয়। চাহৰ লগত জড়িত এটা কথা সততে শুনিবলৈ পোৱা যায় যে গৰম চাহ খোৱাৰ লগে লগে ঠাণ্ডা পানী খাব নালাগে কাৰণ ই দাঁতৰ সাংঘাতিক ক্ষতি কৰে। এই বিষয়ত স্বাস্থ্য বিশেষজ্ঞসকলে কি কয় জানো আহক।

 চাহৰ পিছত পানী খোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হয়-

এক প্ৰতিবেদন অনুসৰি চাহ খোৱাৰ লগে লগে যদি কোনো ব্যক্তিয়ে পানী খায়, তেন্তে দাঁতত পাইঅ’ৰিয়া হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰি পেটৰ লগত জড়িত সমস্যাও হ’ব পাৰে। চাহ খোৱাৰ লগে লগে পানী খালে এচিডিটি আৰু পেটৰ বিষ হয়। গতিকে চাহ বা কফি খোৱাৰ লগে লগে পানী খাব নালাগে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে চাহ আৰু কফি দুয়োবিধেই এচিডিক প্ৰকৃতিৰ বাবে পেটত বিষ অনুভৱ হয়।

 স্মৰ্তব্য যে স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চাহ খোৱাৰ পাছত পানীৰ পৰা আঁতৰি থকাটো ভাল, কিন্তু চাহ খোৱাৰ আগতে পানী খাব পাৰে। আদাৰ চাহে শীতকালত চৰ্দি আৰু ফ্লুৰ পৰা সকাহ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক