--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ী বা বাইক কিনিবলৈ গ’লে মানুহে পচন্দৰ ৰঙৰ গাড়ী বা বাইকখন কিনে।  কোনোবাই বগা গাড়ী ভাল পায়, কোনোবাই ক'লা, ৰঙা বা ৰূপালী ৰং আদি ভাল পায়। গাড়ী কিনাৰ ক্ষেত্ৰত ৰঙৰ বহু বিকল্প থাকে। কিন্তু টায়াৰ কিনাৰ কথা আহিলে তেনে কোনো বিকল্প নাথাকে।  টায়াৰৰ আকাৰ, কোম্পানী বা ষ্টাইল বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ৰং সদায় ক’লা।  আপুনি কেতিয়াবা ভাবিছেনে টায়াৰৰ ৰং সদায় ক’লা কিয় থাকে?  আন কোনো ৰঙৰ টায়াৰ কিয় বনোৱা নহয়?  উত্তৰটো জানো আহক

 টায়াৰবোৰ এসময়ত বগা আছিল

 অতি কম সংখ্যক লোকেহে জানিব যে প্ৰায় ১২৫ বছৰ আগতে টায়াৰৰ ৰং বগা আছিল।  ইয়াৰ কাৰণ আছিল টায়াৰ বনোৱাত ব্যৱহাৰ কৰা ৰবৰ, যিটো গাখীৰৰ দৰে বগা।  কিন্তু বৰ্তমান সময়ত টায়াৰ তৈয়াৰ কৰিবলৈ অন্য সামগ্ৰী ব্যৱহাৰ কৰা হয়।  আচলতে পুৰণি কালৰ টায়াৰবোৰ বাহনৰ বোজা চম্ভালিব পৰাকৈ শক্তিশালী নাছিল আৰু ৰাস্তাত বেগেৰে গতি কৰিব পৰা নাছিল।

 এনে অৱস্থাত টায়াৰৰ শক্তি আৰু আয়ুস বৃদ্ধি কৰিবলৈ এটা শক্তিশালী সামগ্ৰীৰ প্ৰয়োজন হৈছিল।  গাখীৰৰ দৰে বগা পদাৰ্থটোত কাৰ্বন ব্লেক যোগ কৰাৰ পাছত পাৰ্থক্য আহিল।  কাৰ্বন ব্লেকে টায়াৰৰ দীৰ্ঘায়ু আৰু শক্তি বৃদ্ধি কৰে।  কিন্তু কাৰ্বন ব্লেক যোগ কৰিলে টায়াৰটো সম্পূৰ্ণ ক’লা হৈ পৰে। 

 বিবিচিৰ এক প্ৰতিবেদন অনুসৰি সাধাৰণ ৰবৰেৰে নিৰ্মিত এটা টায়াৰ প্ৰায় ৮ হাজাৰ কিলোমিটাৰ চলিব  পাৰে, আনহাতে কাৰ্বনাইজড ৰবৰেৰে নিৰ্মিত টায়াৰে ১ লাখ কিলোমিটাৰ চলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক