--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিগ বছ অ'টিটি'ৰ প্ৰথম চিজনৰ প্ৰতিযোগী উৰ্ফি জাভেদ। বিগ বছৰ মঞ্চৰ জৰিয়তেই দৰ্শকৰ মাজত পৰিচিতি লাভ কৰিছে তেওঁ। সম্প্ৰতি, বিতৰ্ক আৰু উৰ্ফি জাভেদ ইজনে সিজনৰ সমাৰ্থক হৈ পৰা দেখা গৈছে। উৰ্ফি য’ত, বিতৰ্ক ত’ত। কথাবোৰ তেনেকোৱাই হৈছে। অদ্ভুত পোছাক পৰিধানৰ বাবে প্ৰায়ে সমালোচনাৰ চিকাৰ হৈ আহিছে তেওঁ। সংবাদ মাধ্যমৰ শিৰোনামত থকাৰ বাবে উৰ্ফিয়ে সকলো কৰিব পাৰে। এয়া যেন একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে আকৌ এবাৰ তেওঁৰ পোছাকৰ বাবে ট্ৰ'লৰ সন্মুখীন হৈছে। উৰ্ফি জাভেদ অলপতে, ভআইৰেল হোৱা ভিডিঅ’ত কলা বিকিনি পৰিধানৰত অৱস্থাত দেখিবলৈ পোৱা গৈছে উৰ্ফি জাভেদ জাভেদক। ভিডিঅ’টোত বিকিনি লুকত অভিনেত্ৰীগৰাকীক গছৰ পৰা ফুল পাৰি থকা অৱস্থাত দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে গছৰ ফুল খোলা চুলিত গুজি কেমেৰাৰ সন্মুখত দিছে প’জ। সম্ভৱতঃ ফটো শ্বুটৰ বাবে ৰিজৰ্টলৈ গৈছিল উৰ্ফি জাভেদ। কামৰ মাজতে তেওঁ এই ভিডিঅ’টো নিৰ্মাণ কৰা বুলি অনুমান কৰা হৈছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছৰে পৰা, অভিনেত্ৰীগৰাকীয়ে আকৌ এবাৰ সমালোচনাৰ সন্মুখীন হৈছে। গৰম যে পৰিছে অভিনেত্ৰীগৰাকীৰ পোছাকতে উমান পোৱা বুলি কোনোৱে ছ’চিয়েল মিডিয়াত কটাক্ষ কৰিছে উৰ্ফি জাভেদ জাভেদক। আন কোনোৱে আকৌ ক’লে ময়ো যাওঁ নেকি তোমাৰ কাষলৈ…এনেধৰণৰ বহুত মন্তব্য অভিনেত্ৰীগৰাকীৰ ভিডিঅ'ৰ কমেণ্ট বক্সত ভৰি পৰিছে। ভিডিঅ'টো ইনষ্টাগ্ৰামৰ পৰা শ্বেয়াৰ কৰা হৈছে, যিটো বৰ্তমান সকলোৰে মাজত ভাইৰেল হৈ পৰিছে। উৰ্ফি জাভেদ স্মৰ্তব্য যে, অভিনেত্ৰী গৰাকীয়ে কেইবাখনো জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে কেইখনমান ধাৰাবাহিক হৈছে 'বৰে ভাইয়া কী দুলহানিয়া', 'মেৰী দুৰ্গা', 'চন্দ্ৰ নন্দিনী', 'ইয়ে ৰিস্তা ক্যা কেহলাতা হ্যে', 'কসৌটি জিন্দেগী কী'। আৰু তেওঁ এই সকলোবোৰ ধাৰাবাহিকত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আনকি তেওঁৰ অভিনয়েও দৰ্শকৰ পৰা লাভ কৰিছে ভূয়সী প্ৰশংসা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক