--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ চৰ্চাত আলিয়া। ‘মিছ টীচাৰ’ ক লৈ হৈছে চৰ্চা। কিন্তু কিয়? আলিয়াৰ কথাৰ পাতনি মেলাৰ আগতে উনুকিয়াব বিচাৰিছো দুটামান কথা। বৰ্তমান সময়ত চিনেমা, ধাৰাবাহিকৰ লগতে গ্লেমাৰ উদ্যোগত এক নতুন সংযোজন হৈছে ৱেব ছিৰিজ। দৰাচলতে, প্ৰযুক্তিৰ সৈতে আগবাঢ়ি় যাব বিচৰা প্ৰায় ভাগে এতিয়া ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন ৱেব ছিৰিজ চাবলৈ ভাল পায়। বাংলা, হিন্দী আৰু অন্যান্য আঞ্চলিক ভাষাৰ কেইবাটাও ৱেব ছিৰিজে বৃহত্‍ বাজেটৰ চলচ্চিত্ৰকো দিছে টক্কৰ। কৰ’না মহামাৰীৰ পাছৰ পৰাই ডিজিটেল মাধ্যমৰ মূল্য সাধাৰণ মানুহে বুজি পাইছে। আৰু এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি একে সময়তে জন্ম হৈছে বহুতো প্লেটফৰ্মৰ। পাছে সম্প্ৰতি, ডিজিটেল পৃথিৱীত ৰাজ কৰিছে এখন বল্ড ৱেব ছিৰিজে। মিছ টীচাৰ অৱশ্যে, এই ডিজিটেল মাৰ্কেটত সকলোতকৈ জনপ্ৰিয় হৈ পৰিছে এডাল্ট সকলক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ৱেব ছিৰিজ সমূহ। যৌনতাৰে ভৰা ৱেব ছিৰিজসমূহৰ জনপ্ৰিয়তাও কম নহয়। প্ৰতিটো ৱেব ছিৰিজ লক্ষ লক্ষ মানুহে উপভোগ কৰে। শেহতীয়াকৈ, আলিয়া নাজে ‘মিছ টীচাৰ’ নামৰ এডাল্ট ৱেব ছিৰিজখনত কৰা অভিনয়েৰে অতি জনপ্ৰিয় হৈ পৰিছে। যেনিয়েই চকু যায় কেৱল আলিয়া আৰু আলিয়া। মিছ টীচাৰ মন কৰিবলগীয়া যে, এই মুহূৰ্তত অভিনেত্ৰী আলিয়া নাজে ছ'চিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে আৰু শেহতীয়াকৈ তেওঁ অভিনয় কৰা এডাল্ট ৱেব ছিৰিজৰ বাবে ছ'চিয়েল মিডিয়াত চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰা দেখা গৈছে। শেহতীয়াকৈ, আলিয়াৰ যৌন-ভৰ্তি ৱেব ছিৰিজ ‘মিছ টীচাৰ’ প্ৰাইম শ্বটছ চেনেলত চলি আছে। আলিয়াই এইখন ৱেব ছিৰিজত শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সৈতে কেইবাটাও বল্ড দৃশ্যত অভিনয় কৰিছে। ৱেব ছিৰিজখন বৰ্তমান ছ’চিয়েল মাধ্যমত অত্যন্ত ট্ৰেণ্ডিং হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক