--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰহৰ ৰজা সূৰ্য্যক জ্যোতিষশাস্ত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মৰ্যাদা, সফলতা আদি বিভিন্ন বস্তুৰ কাৰণ গ্ৰহ হিচাপে সূৰ্য্যক গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে ডিচেম্বৰ মাহলৈকে কেইটামান ৰাশিৰ জাতক-জাতিকা সূৰ্য্য দেৱতাৰ কৃপাত উপকৃত হ’ব। সেই তালিকাত কোন আছে চাওঁ আহক।

১)সিংহ ৰাশিঃ কৰ্মৰ প্ৰতি উৎসাহ থাকিব। অৱশ্যে কথা-বতৰাত সংযমতা থাকিব লাগিব। ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। মাতৃয়ে সকলোতে সহায় কৰিব। মাতৃৰ পৰা টকা লাভ হ’ব পাৰে। জীৱনলৈ বন্ধু এজন আহিব পাৰে। শিক্ষামূলক কামৰ পৰা লাভ হ’ব ধন। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় ঠাইলৈ যাব পাৰে। 

২)কন্যা ৰাশিঃ ব্যৱসায়ত উন্নতি হ’ব। ভাতৃৰ সহায় সহযোগিতা লাভ কৰিব। কিন্তু অধিক কষ্ট কৰিব লাগিব। মাংগলিক কাৰ্য ঘৰত কৰিব পাৰিব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণ হ’ব পাৰে। আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰা সকলেও লাভৱান হ’ব। চাকৰিত উচ্চ বিষয়াৰ সহায় লাভ কৰিব।

৩)বৃশ্চিক ৰাশিঃ আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। কিন্তু আত্মসংযম ৰাখক। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। অধিক কষ্ট কৰিব লাগিব। লাভ বৃদ্ধি হ’ব। মাতৃৰ ঘনিষ্ঠতা আৰু সমৰ্থন পাব। চাকৰিত উচ্চ বিষয়াৰ সহায় লাভ কৰিব, পদোন্নতি হোৱাৰ সম্ভাৱনা।

৪)মীন ৰাশিঃ আত্মবিশ্বাস বাঢ়িব। অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়িব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ভাতৃৰ সহায় সহযোগিতা লাভ কৰিব। ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সময় কটাওক। সুখৰ হ’ব বিবাহিত জীৱন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?