--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজাকৈ এটা ঘৰ থকাটো প্ৰতিজন ব্যক্তিৰ সপোন, য’ত তেওঁ পৰিয়ালৰ সৈতে সুখ-শান্তিৰে থাকিব পাৰে। সপোনৰ ঘৰ কিনাটো কাৰো বাবে সহজ নহয়। বহু সময়ত লাখ লাখ চেষ্টা কৰিও এজন ব্যক্তিয়ে এই সপোন পূৰণ কৰিবলৈ সক্ষম নহয়। ৰাশিত থকা গ্ৰহৰ দোষবোৰো ইয়াৰ আঁৰৰ কাৰণ হৈ পৰে। যদি আপুনিও আপোনাৰ সপোনৰ ঘৰ কিনাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে জ্যোতিষত উল্লেখ কৰা এই উপায়বোৰ কৰি চাব পাৰে।

 ঘৰ কিনাৰ আগতে এই সহজ পদক্ষেপসমূহ গ্ৰহণ কৰক-

১. গণেশক নিয়মীয়াকৈ পূজা কৰিলে মানুহৰ ঘৰ কিনাৰ সপোন সোনকালে পূৰণ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষৰ মতে নিয়মিতভাৱে গণপতিক পূজাত ৰঙা ৰঙৰ ফুল আগবঢ়াব লাগে। লগতে নিজৰ সপোন পূৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে।

২. পাঁচটা মঙলবাৰে ভগৱান শ্ৰীগণেশৰ মন্দিৰলৈ গৈ তেওঁক গুড় আৰু ঘেঁহু আগবঢ়ালে শুভ ফল পোৱা যাব। লগতে ঘৰ কিনাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হয়।

৩. লাখ লাখ চেষ্টা কৰিও যদি ঘৰ কিনাৰ সপোন পূৰণ কৰিব পৰা নাই তেন্তে নিম কাঠৰ সৰু ঘৰ এটা সাজি এটা দুখীয়া শিশুক দান দিয়ক বা আনকি মন্দিৰত ৰাখিলে আপোনাৰ সপোন সোনকালে বাস্তৱায়িত হ’ব।

৪. জ্যোতিষৰ মতে ঘৰ কিনাত অহা বাধাবোৰ দূৰ কৰিবলৈ লাল কিতাবত এই প্ৰতিকাৰৰ কথা কোৱা হৈছে। ৰঙা ৰঙৰ কাপোৰত ৬ পিঞ্চ কুমকুম, ৬টা লং, ৯টা ফোঁট, ৬টা কোৰীয়া আৰু ৯ মুঠি মাটি লৈ এটা পুতলা বনাওক আৰু নদীত প্ৰবাহিত কৰি দিলে উপকাৰী পাব।

৭. বহু সময়ত ব্যক্তিজনৰ ৰাশিত থকা গ্ৰহৰ দোষবোৰেও আপোনাৰ এই সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। ইয়াৰ বাবে আপুনি এজন জ্যোতিষীক ​​দেখুৱাই প্ৰতিকাৰ কৰিলে সফলতা লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ