--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ পদূলীমুখতে আন্তৰিক চুম্বনত লিপ্ত হ’ল চৈইফ আলি খান আৰু কৰীণা কাপুৰ। চৈঈফৰ কান্ধত জুলি থকা অৱস্থাত পুত্ৰ টাইমুৰ। চুম্বনৰত অৱস্থাত চৈঈফ আৰু কৰীণা।

শেহতীয়াকৈ পাপ্পাৰাজীয়ে তোলা বলিউডৰ তাৰকা দম্পত্তিহালৰ এই ফটোখনে ব্যাপক চৰ্চা লাভ কৰিছে। সাধাৰণতে তাৰকা দম্পত্তিহালৰ ঘৰৰ বাহিৰত প্ৰতি ক্ষণতে পাপ্পাৰাজীসকল ৰৈ থাকে। তেওঁলোকে চঈফ-কৰীণাৰ উপৰিও টাইমুৰৰো ছৱি তোলে।




বুধবাৰে পুৱাই তেওঁলোকে লাভ কৰিলে পৰম আকাংক্ষিত এখন ফটো। চঈফ –কৰীণাৰ চুম্বনৰত ফটো। ফটোখনত দেখা গৈছে যে টাইমূৰক নিজৰ কান্ধত উলোটাকৈ লৈ আছে চঈফে। তেনেকৈয়ে ফোনত ব্যস্ত আছে টাইমূৰ। আনহাতে দেউতাক চঈফ ব্যস্ত থাকিল কৰীণাৰ স’তে চুম্বনৰত অৱস্থাত।

উল্লেখ্য যে চঈফ কৰীণাৰ বিয়া ১০ বছৰ পাৰ হৈ গ’ল। জন্ম হৈছে দুটাকৈ সন্তানৰ। এতিয়াও কমা নাই দুয়োৰে প্ৰেম। শেহতীয়া ফটোখনৰ দ্বাৰা সেয়াই প্ৰতীয়মান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক