--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত বাইবেল ৰাখিলে মৃ্ত্যুদণ্ড! কিম জং উনৰ উত্তৰ কোৰিয়াত এই নিয়ম জাৰি কৰা হৈছে।  ইয়াতেই শেষ হয়, দোষী সাব্যস্ত হোৱা দম্পতীহালৰ সন্তানক যাৱজ্জীৱন কাৰাদণ্ডলৈ প্ৰেৰণ কৰা হয়। এনে দাবী কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ে।

২০২২ চনত আমেৰিকাৰ ধৰ্ম বিভাগে দাখিল কৰা “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা”ৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে উত্তৰ কোৰিয়াত ৭০ হাজাৰ খ্ৰীষ্টান কাৰাগাৰত বন্দী হৈ আছে। আন ধৰ্মৰ বিশ্বাসীকো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ইয়াৰ ভিতৰত ২ বছৰীয়া শিশুও আছে। শিশুটিৰ ‘অপৰাধ’ হৈছে তেওঁৰ অভিভাৱকে লগত বাইবেল ৰাখিছিল! স্বাভাৱিকতে আমেৰিকাৰ প্ৰতিবেদনৰ এনে দাবীক লৈ আলোড়নৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি উত্তৰ কোৰিয়াই এই দোষী সাব্যস্ত হোৱা খ্ৰীষ্টান আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত অকথিত নিৰ্যাতন চলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস