--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু লোকে ঘৰৰ সৌন্দৰ্য্যৰ বাবে গছ-গছনি ৰোপণ কৰি ভালপায়। তদুপৰি বাস্তুশাস্ত্ৰত বৃক্ষ ৰোপণত অতি গুৰুত্ব দিয়া হয়। কাৰণ ঘৰত গছপুলি ৰোপণে ধনাত্মক শক্তিৰ সঞ্চাৰিত কৰি সুখ-সমৃদ্ধিৰ বাট মুকলি কৰে। সেয়েহে ঘৰত বৃক্ষ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু বাস্তুশাস্ত্ৰত বৃক্ষ ৰোপণৰ ক্ষেত্ৰত কিছুমান উদ্ভিদক অশুভ বুলি গণ্য কৰা হয়। যিবোৰ ৰোপণ কৰিলে দুৰ্ভাগ্যই লগ নেৰা হয়।

 * ঘৰৰ চৌপাশত জেতুকাৰ গছ কেতিয়াও ৰোপণ কৰিব নালাগে। এইবিধ উদ্ভিদত অশুভ আত্মাৰ বাস কৰি ঘৰলৈ নেতিবাচকতা আনে বুলি কোৱা হয়। ঘৰৰ সুখ-শান্তি নোহোৱা হয় বুলি কোৱাল হয়।

* তেতেলীৰ গছ কেতিয়াও ঘৰৰ কাষত ৰোপণ কৰিব নালাগে। এই গছে ঘৰলৈ ঋণাত্মকতা আনে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত পৰিয়ালত সুখ-সমৃদ্ধিৰ নোহোৱা হয় বুলি কোৱা হয়।

* খেজুৰ খাবলৈ বৰ সোৱাদযুক্ত। কিন্তু ঘৰৰ কাষত কেতিয়াও ৰোপণ কৰিব নালাগে। বাস্তুশাস্ত্ৰত এই গছজোপা ঘৰত ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰত ঋণাত্মকতা বৃদ্ধি হয়।

* ঘৰত চৌহদত বা মূল দুৱাৰৰ সন্মুখত কাঁইটীয়া গছ কেতিয়াও ৰোপণ কৰিব নালাগে, কাৰণ কাঁইটীয়া গছবোৰে ঘৰত বিবাদৰ সৃষ্টি কৰে। সেয়েহে ঘৰত এই গছ-গছনিবোৰ ৰোপণ কৰাটো এৰাই চলিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ