--°C
Loading...
Listen to Article
2 min read
80%
২৬ জানুৱাৰী ২০২৩, বৃহস্পতিবাৰ

মেষ- কৰ্মৰ ক্ষেত্ৰত ভয় শংকা বৃদ্ধি পাব। অযথা বদনাম পাব পাৰে। জমা ধন খৰচ হ’ব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

বৃষ- কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। কোনো লোকে দু: সংবাদ দিব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

মিথুন- কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব। ভ্ৰমণৰ যোগ। প্ৰেমত সাৱধান হ’ব। মিতব্যয়ী হওক। শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। দুষ্ট লোকে বিপথে নিব পাৰে। পৰচৰ্চা নকৰিব। শুভ সংখ্যা ১,শুভ ৰং সোণালী।

সিংহ- আনৰ তোষামোদত ভোল নাযাব। যি কোনো কথাতে নিজৰটোকে শুদ্ধ বুলি নাভাবিব।
হাতলৈ ধন আহিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

কন্যা- জনপ্ৰিয়তা বৃদ্ধিৰ সুযোগ পাব। যাকে তাকে সংগ নিদিব। আৰ্থিক স্থিতি উন্নত। শুভ সংখ্যা ৭, শুভ ৰং মেৰুণ।

তুলা- কামত আনৰ পৰা প্ৰেৰণা পাব। মনোৰঞ্জনত ব্যস্ত নথকাই ভাল। মিছা প্ৰতিশ্ৰুতি নিদিব। শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া।

বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। অৰ্থ লাভ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব।সংযম ৰক্ষা কৰি চলিব। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া। প্ৰেমত বিবাদৰ সম্ভাৱনা। শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

মীন- বিবাহৰ কথা চলি থকাসকলে আজি কোনো সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ