--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰত ৰখা সৰু সৰু উদ্ভিদসমূহে ঘৰৰ ভিতৰৰ অংশৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। সেউজীয়া পাতে ভাগৰুৱা চকু দুটাক শান্ত কৰে। কিন্তু ৰ’দ-ধুমুহা-বৰষুণত এই গছবোৰ জীয়াই ৰখাটো টান হৈ পৰে। হাজাৰ চেষ্টাৰ কোনো লাভ নোহোৱাৰ দৰেই হয়। যদি আপুনি এনে পৰিস্থিতিত পৰিছে তেন্তে কেইটামান ভুল আপুনি পৰিহাৰ কৰিব লাগিব।

Should you move your houseplants away from the window in the winter? |  Express.co.uk

- উদ্ভিদক পানীৰ প্ৰয়োজন। কিন্তু অতিৰিক্ত পানীৰ প্ৰয়োজন নাই। বহুতে প্ৰতিপালন কৰিবলৈ গৈ গছজোপাত সঘনাই পানী দিয়ে। ই গছজোপাৰ ক্ষতি কৰে। প্ৰতি জোপা উদ্ভিদৰ পানী গ্ৰহণ ক্ষমতা বেলেগ বেলেগ। সেই কথা বুজি পোৱাৰ পাছতহে প্ৰয়োজন অনুসৰি পানী দিব লাগে। 

- পানীৰ লগতে উদ্ভিদক পোহৰৰ প্ৰয়োজনো হয়। কিছুমান উদ্ভিদক ৰ’দৰ প্ৰয়োজন হয়, কিছুমান গছক আকৌ কেৱল ছাঁত ৰাখিব লাগে। এইবোৰ নিয়ম জানি হে গছ কিনিব।

- ভুল সাৰ ব্যৱহাৰ কৰিলেও গছজোপা মাৰিব পাৰে। আৰু বজাৰত পোৱা বহু সাৰত ৰাসায়নিক পদাৰ্থ থাকে। ই গছজোপাৰ ক্ষতি কৰে। গতিকে পৰাপক্ষত জৈৱিক সাৰৰ ওপৰত নিৰ্ভৰ কৰক।

- কিছুমান উদ্ভিদক অলপ বেছি আৰ্দ্ৰতাৰ প্ৰয়োজন হয়। বহুতে এই কথা লক্ষ্য নকৰে। ই গছজোপাৰ ক্ষতি কৰে। ইচ্ছা কৰিলে স্প্ৰে’ ঘৰতে ৰাখিব পাৰে। যাতে পাতবোৰো পানী দিব পৰা যায়।

- অতি প্ৰয়োজন নহ’লে গছৰ টাব সলনি কৰিব নালাগে। ইয়াৰ ফলত গছজোপাৰ বহু ক্ষতি হয়। প্ৰথমে কোনটো গছৰ বাবে কোনটো টাব সৰ্বোত্তম সেইটো নিৰ্ণয় কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ