--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
২০১৯ চনৰ এক অধ্যয়ন অনুসৰি, সমগ্ৰ ভাৰতত প্ৰায় ২১৩ নিযুত লোক মাইগ্ৰেইন ফলত তীব্ৰ বিষত ভুগি আছে।

আয়ুৰ্বেদৰ মতে, মাইগ্ৰেইন সমস্যাৰ মূল কাৰণ হৈছে আমাৰ শৰীৰত হোৱা  আৰ্থ্ৰাইটিছ আৰু পিত্তৰ ভাৰসাম্যহীনতা । কিন্তু কিছু ঘৰুৱা তথা সহজ উপায়েৰে এই সমস্যাৰ পৰা সহজেই মুক্তি পাব পাৰি৷  
মাইগ্ৰেইনৰ পৰা মুক্তি পাবলৈ  ৰাতি ১০ ৰ পৰা ১৫ ঘন্টা তিয়াই থোৱা  কিচমিচ  ৰাতিপুৱা সময়ত খাওঁক৷ 

 তদুপৰি মাইগ্ৰেইন প্ৰতিৰোধ কৰিবলৈ দুপৰীয়া বা ৰাতি শোৱা এঘণ্টা খোৱাৰ পিছত খাব পাৰে এক বিশেষ প্ৰণালীৰে প্ৰস্তুত কৰা  চাহ ৷এই চাহ  বনাবলৈয়ো  অতি সহজ। এক চামুচ জিৰা গুটি আৰু এটা  ইলাচী আধা গিলাচ পানীত তিনি মিনিট উতলাওক।

আয়ুৰ্বেদৰ মতে, শৰীৰ আৰু মনত অতিৰিক্ত পিত্তৰ ভাৰসাম্য বজাই ৰাখিবলৈ ঘিউৰ বাহিৰে আন একোৱেই ভালদৰে কাম নকৰে। পৰামৰ্শ হৈছে চাউল বা পিঠাত এক চামুচ ঘিউ যোগ দি খালে মাইগ্ৰেইন দূৰতে থাকিব৷ 

অৱশ্যে  ঘৰুৱা  উপায়েৰে মাইগ্ৰেইনৰ পৰা  অস্থায়ীভাৱে  সকাহ পালেও, স্থায়ী সমাধানৰ  বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?